Author: এন ই নাও নিউজ, গুৱাহাটী
মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ
মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দিয়া আবেদনত বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত এজন ভোটাৰ চেতন আহিৰৰ…
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ
শশী থাৰুৰে দলৰ বিপৰীত সুৰত কথা কোৱাটো এক নৈমিত্যিক ঘটনা। যিকোনো বিষয়ত দলৰ চৰকাৰী স্থিতিৰ বিপৰীতে কথা কোৱাৰ অভ্যাস তেওঁৰ সঘনাই দেখা…
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ
হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পোৱাৰ দিশে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়াল। ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী…
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি
দিহিং পাটকাই অভৰায়ণ্যত মুকলি কৰি দিয়া হৈছে দিচই সংৰক্ষিত বনাঞ্চলৰ পৰা চলিত বৰ্ষৰ আৰম্ভণিতে উদ্ধাৰ কৰা দুটা অনাথ এছিয়াটিক ক’লা ভালুক (Ursus…
গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে
কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আনি আছে নতুন আইন। যি আইনে দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰা কেবিনেট, ৰাজ্য মন্ত্ৰীলৈকে কাকো নিদিব ৰেহাই। যি তিনিখন…
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য
বুধবাৰে পুৱা এক দুৰ্বৃত্তই দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰে। এই আক্ৰমণ ‘ৰাজহুৱা শুনানি’ৰ সময়ত সংঘটিত হৈছিল। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়- এই…
‘গাঁত আৰু যান-জঁটেৰে পৰিপূৰ্ণ পথত টোল টেক্স লোৱা উচিত নহয়’: উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
যিবোৰ পথ অসম্পূৰ্ণ, গাঁতেৰে ভৰা বা যান-জঁটৰ বাবে ব্যৱহাৰৰ অনুপযোগী পথত যাত্ৰীৰ পৰা টোল টেক্স আদায় কৰিব নোৱাৰিব। এই কথা কয় উচ্চতম…
২০ বছৰীয়া ছাত্ৰীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, ধৰ্ষণৰ সন্দেহ আৰক্ষীৰ
নিৰুদ্দিষ্ট হোৱাৰ দুদিন পাছতে কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত উদ্ধাৰ হৈছে এগৰাকী ২০ বছৰীয়া ছাত্ৰীৰ আংশিকভাৱে জ্বলি যোৱা মৃতদেহ। চৰকাৰী মহিলা প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়ৰ…
মৰিগাঁও কাৰাগাৰৰ পৰা দুজন কয়দীৰ পলায়ন
মঙলবাৰে নিশা ৰহস্যজনক পৰিস্থিতিত দুজন কয়দী পলায়ন কৰিবলৈ সক্ষম হোৱাৰ পিছতে মৰিগাঁও জিলা কাৰাগাৰত পুনৰ নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ পাইছে। পলায়ন কৰা কয়দী…
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত আক্ৰমণ! আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নিৰাপত্তাৰক্ষীৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ। এই আক্ৰমণ ‘ৰাজহুৱা শুনানি’ৰ সময়ত সংঘটিত হৈছিল। অভিযোগ অনুসৰি এজন পঁয়ত্ৰিশ বছৰীয়া যুৱকে এই আক্ৰমণ…