Author: এন ই নাও নিউজ, গুৱাহাটী
ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী
ৰাস্তাৰ কোনো অৱস্থা নাই। আঁঠুলৈকে থকা বোকাৰ মাজেদি খোজকাঢ়ি বিদ্যালয়লৈ যায় কণমানি ছাত্ৰ-ছাত্ৰী। অন্ধ্ৰ প্ৰদেশৰ পাৰ্বতীপুৰম মান্যাম জিলাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত…
আদানিৰ এৰ’চিটিৰ বাবে উছন হ’ব ১১১৬ টা পৰিয়ালৰ ভেটি : আজাৰা, মিৰ্জাপুৰ, গৰলত অধিগ্ৰহণ কৰিব ৪১০ বিঘা ভূমি
বিজেপিৰ আমোলত অসমত ৰকেট গতিত বাঢ়িছে আদানিৰ সাম্ৰাজ্য। বিজেপিৰ “বন্ধু” বুলি সততে অভিযোগ উত্থাপিত আদানি গ্ৰুপৰ এৰ’চিটি নিৰ্মাণৰ বাবে লোকপ্রিয় গোপীনাথ বৰদলৈ…
এই চৰকাৰৰ ৰাজনৈতিক কাপুৰুষালি অতুলনীয়- লোকসভাত মোদী-শ্বাহক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে লোকসভাত অপাৰেচন সিন্দুৰৰ বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ…
বিশ্বৰ কোনো নেতাই ‘অপাৰেশ্যন সিন্দুৰ’ বন্ধ কৰিবলৈ কোৱা নাছিল : নৰেন্দ্ৰ মোদী
ভাৰত চৰকাৰে পাকিস্তানী সন্ত্ৰাসবাদী নিধনৰ বাবে চলোৱা অপাৰেশ্যন সিন্দুৰৰ সম্পৰ্কে সংসদত বিতৰ্ক চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ স্পষ্টীকৰণ দাঙি ধৰিছে। মোদীয়ে…
লিভাৰৰ ভিতৰতে বিকাশ হ’ল ভ্ৰুণ! উত্তৰ প্ৰদেশৰ মহিলাৰ এম আৰ আই ৰিপৰ্ট দেখি হতভম্ব চিকিৎসক
উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ এগৰাকী ৩০ বছৰীয়া মহিলাই পেটৰ বিষ আৰু বমিৰ সাধাৰণ লক্ষণ লৈ চিকিৎসকৰ কাষ চাপিছিল। প্ৰথম অৱস্থাত আল্ট্ৰাছাউণ্ডত একো ধৰা…
চীনক অতিক্ৰম কৰি আমেৰিকালৈ এপল আইফোনৰ শীৰ্ষ যোগানকাৰী হিচাপে আত্মপ্ৰকাশ ভাৰতৰ
আইফোন উৎপাদনত এপলৰ কৌশলগত পৰিৱৰ্তনৰ ফলত ভাৰতে চীনক অতিক্ৰম কৰি ২০২৫ চনৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত আমেৰিকালৈ স্মাৰ্টফোনৰ আগশাৰীৰ যোগানকাৰী হিচাপে পৰিগণিত হৈছে। কেনালিছৰ…
ইউক্ৰেইনৰ কাৰাগাৰত ৰাছিয়াৰ গোলাবৰ্ষণ : নিহত ১৭ কাৰাবন্দী, আহত ৪২
ইউক্ৰেইনত আকৌ ৰক্তক্ষয়ী আক্ৰমণ ৰাছিয়াৰ। ইউক্ৰেইনৰ বিষয়াসকলৰ মতে, দক্ষিণ-পূব ইউক্ৰেইনৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এটা কাৰাগাৰত ৰাছিয়াই বিমানৰ দ্বাৰা গোলাবৰ্ষণ কৰে। এই আক্ৰমণত…
জনসংখ্যাৰ সংকটত চীন! তিনিটা সন্তান জন্ম দিয়া দম্পতীক ১৫০০ ডলাৰ দিব চীন চৰকাৰে
বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি চীন দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে জন্মৰ হাৰ। যাৰ ফলত চীনত কমি গৈছে যুৱ মানৱ সম্পদ। সেইবাবে চীনে এতিয়া…
‘উগ্ৰপন্থীৰ হাতত আছিল ভোটাৰ কাৰ্ড আৰু আগ্নেয়াস্ত্ৰ’- চিদাম্বৰমৰ পেহেলগামৰ প্ৰশ্নক লৈ সংসদত প্ৰমাণ দিলে অমিত শ্বাহে
২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন স্থানীয় নাগৰিক নিহত হৈছিল। সেই ঘটনাৰ পাছত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰ…
বিজেপি নেতাৰ পুত্ৰৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা! গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ নাগ
গোলাঘাট জিলাত পোহৰলৈ আহিছে এক বৃহাৎ সুৰা চুৰি কাণ্ড। এই সুৰা চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা…