Author: এন ই নাও নিউজ, গুৱাহাটী
পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ
যোৱা ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছিল। প্ৰতিশোধত…
চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?
চুলি বেছিভাগ মানুহৰে বাবে এক সম্পদ। চুলি সুস্থ কৰি ৰখাৰ এটা উপায় হ’ল চুলিত তেল দিয়া। অৱশ্যে চুলিৰ স্বাস্থ্য উন্নত কৰিব পৰা…
ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি
অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালৰ কোম্পানী ‘জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেড’ৰ নামত এদিনতে পুনৰ ৩৯ বিঘা ৩…
ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!
ওকলাহমাৰ ৩৬ বছৰীয়া ভাৰতীয় মূলৰ শিশু চিকিৎসক নেহা গুপ্তাই নিজৰ কন্যা আলিয়া তালাথিক শ্বাসৰুদ্ধ কৰি হত্যা কৰি তাৰ পাছত পানীত ডুব যোৱা…
লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়
ললিত মোডী আৰু উদ্যোগপতি বিজয় মালিয়াক বিচাৰি ভাৰতে হাবুডুবু খাইছে। যদিও তেওঁলোকে ইদেশ- সিদেশ কৰি এতিয়া ক’ত আছে তাৰ সন্ধান পোৱা গ’লেও…
আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ
যোৱা সপ্তাহত ইটালীৰ ভেনিচত আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ আৰু লৰেন ছানচেজৰ তিনিদিনীয়া বিবাহ উদযাপনৰ সামৰণি পৰে। কেৱল ইটালীৰ ভেনিচত তিনিদিনীয়া আড়ম্বৰপূৰ্ণ বিয়াই…
ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি
ভাৰতত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান দিনক দিনে বাঢ়ি গৈ আছে। আৰু এই পাৰ্থক্য এতিয়া ইমানেই স্পষ্ট যে এজন অর্থনৈতিক বিশ্লেষকে কৈছে…
Shadow Tactics: Blades of the Shogun Review
I should be incapable of drawing a single stroke at the present moment; and yet I feel that I never was a…
নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম
এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব পাৰে এগৰাকী মহিলা নেত্ৰী? নিৰ্মলা সীতাৰমনক লৈ ব্যাপক চৰ্চা চলিছে। ‘ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদন…
মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ
চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰৰ অকাল নিধন। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলীন ৰংপিপীয়ে মৃত্যুক আকোঁৱালি লয়। বৃহস্পতিবাৰে নিশা ইনভাৰ্টাৰৰ সংযোগ…