Author: নৰ্থ-ইষ্ট নাও, গুৱাহাটী
দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ
দুবছৰৰো অধিক পূৰ্বে নিৰুদ্দেশ হৈছিল শদিয়াৰ উদয় নগৰৰ যুৱক জনাৰ্দনা গগৈ। শেহতীয়াকৈ জানিব পৰা গৈছে যে দুবছৰ পূৰ্বে ঘৰৰ পৰা গৈ নিষিদ্ধঘোষিত…
যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ
এইবাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ যুঁজাৰো বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মান কৰিব অসম চৰকাৰে। যাতে যিকোনো জৰুৰী অৱস্থাত যুদ্ধ বিমান অৱতৰণৰ উপযোগী হয়।…
আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী
অসমত এতিয়াও চলি আছে নকল সোণৰ ৰমৰমীয়া বেহা। ধুবুৰী জিলাত শনিবাৰে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰায় ৮০০ গ্ৰাম ভুৱা…
ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য
যাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় ৰে’লৱেই যাত্ৰাৰ পূৰ্বে টিকট নিশ্চিতকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান যাত্ৰাৰ ৪ ঘণ্টা পূৰ্বে সংৰক্ষিত ডবাৰ টিকটৰ তালিকা…
নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…
পাকিস্তান আৰু চীনে নতুন আঞ্চলিক সংগঠন গঠন কৰা বাবে সহযোগিতা কৰা বুলি জানিব পৰা গৈছে। যি কিছুদিনৰ পৰা বন্ধ হৈ থকা ছাৰ্কৰ…
জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি
বেংগালুৰু আৰক্ষীয়ে তেওঁৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি জাবৰৰ গাড়ীত পেলোৱাৰ অভিযোগত অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে এখন জাবৰ ট্ৰাকত এগৰাকী…
তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন
সোমবাৰে পুৱা তেলেংগানাৰ চাংগাৰেড্ডী জিলাৰ ঔদ্যোগিক এলেকাৰ ৰাসায়নিক কাৰখানাত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হয়। ৰাসায়নিক আৰু…
মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ
আন এক বৃহৎ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শতাধিক যাত্ৰী। টকিঅ’ৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই ৩৫৭ আন্তঃৰাষ্ট্ৰীয় বিমানখনত…
Hillary Clinton in white pantsuit for Trump inauguration
Dropcap the popularization of the “ideal measure” has led to advice such as “Increase font size for large screens and reduce font…
গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ
খিলঞ্জীয়া জনগোষ্ঠীৰ ক্ষতিসাধন কৰি ৰাজনৈতিক নেতাক উপকৃত কৰিবৰ বাবে ছিপাঝাৰত গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অপব্যৱহাৰ কৰা বুলি অসম চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…