Author: এন ই নাও নিউজ, গুৱাহাটী
জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু
চলিত বৰ্ষৰ ২৬ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত হোৱা ছবি ৰেট্ৰ’ৰ প্ৰি-ৰিলিজ ইভেণ্টৰ সময়ত জনজাতীয় সম্প্ৰদায়ৰ বিষয়ে কৰা অভিযোগৰ অভিযোগৰ পাছতে তেলেগু অভিনেতা বিজয়…
ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ
১১ দিন উকলিল যদিও শিৱসাগৰৰ ভটীয়াপাৰত অ’ এন জি চিৰ ৰীগত গেছ নিৰ্গমন অব্যাহত আছে । ইতিমধ্যে আমেৰিকাৰ ৩ জনীয়া কাৰিকৰী বিশেষজ্ঞৰ…
পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা
পাকিস্তানৰ হৈ ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুই ব্যক্তি। পঞ্জাৱৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে জনোৱা…
অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়
অপাৰেচন সিন্ধুৰ অধীনত এখন বিশেষ বিমানে দেওবাৰে যুদ্ধবিধ্বস্ত ইৰাণৰ ২৮০ জনৰো অধিক ভাৰতীয় নাগৰিকক ঘূৰাই আনে। W50071A (W50071A) নামৰ মহান এয়াৰ বিমানখনে…
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান
ৰাষ্ট্ৰসংঘই ২১ জুনত ইৰাণৰ তিনিটা পাৰমাণৱিক স্থান—ফৰ্ড’, নাটাঞ্জ আৰু ইছফাহানত সংঘটিত হোৱা আমেৰিকাৰ সামৰিক আক্ৰমণক তীব্ৰ নিন্দা কৰি ইয়াক সম্ভাৱ্য বিপৰ্যয়জনক পৰিণতিৰ…
যৌ*ন নিৰ্যাতনৰ বলি এটি পাঁচ বছৰীয়া শিশুক! আত্ম ৰক্ষাৰ চেষ্টা কৰাৰ বাবে হত্যা; আটক অসমৰ যুৱক
যৌন নিৰ্যাতনৰ পৰা নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰা বাবে হত্যা কৰে এটা পাঁচ বছৰীয়া শিশু! তামিলনাডুৰ কাঞ্চিপুৰমত সংঘটিত এই ঘটনাত এজন ২২…
হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধোঁৱা চাঙত ৰাজ্যৰ শিক্ষা ব্যৱস্থা : দেশৰ ৩৬ টা স্থানৰ ভিতৰত শিক্ষাত অসমৰ স্থান ৩৪
অসমৰ শিক্ষা ব্যৱস্থা বিজেপিয়ে ধ্বংস কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন পৰিচালনা কমিটীৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ…
বোমাতংকঃ দিল্লী-বাৰ্মিংহাম এয়াৰ ইণ্ডিয়াৰ বিমানৰ ৰিয়াধলৈ দিশ সলনি
২১ জুনত বাৰ্মিংহামৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন বোমাৰ ভাবুকি পোৱাৰ পাছত ৰিয়াধলৈ দিশ সলনি কৰা হৈছিল। সকলো যাত্ৰীকে বিমানখনৰ পৰা…
ৰাজ্যত দেওবাৰে এইকেইখন জিলাত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ
ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব পাৰে ভয়ংকৰ ৰূপ। প্ৰবল ধুমুহা-বৰষুণে আহিব পাৰে অসমত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰৰ বাবে জাৰি কৰিছে এই…
অন্ত পৰিল এক ঐতিহাসিক যাত্ৰা! অৱসৰ ঘোষণা অসমৰ ফুটবল তাৰকা দুৰ্গা বড়োৰ
অৱসৰৰ কথা ঘোষণা কৰিলে অসম ফুটবলৰ কিংবদন্তি দুৰ্গা বড়োৱে। কোকৰাঝাৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চৰকাৰ আৰু অসম ফুটবল এছ’চিয়েশ্যনৰ উদ্যোগত আয়োজিত…