NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

নিজৰ দেশৰ ভিতৰতে আক্ৰমণৰ সন্মুখীন হৈছে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীৰ কন্যা আছিফা ভুট্টো জৰ্দাৰী। শুকুৰবাৰে কৰাচীৰ পৰা সিন্ধৰ নৱাবশ্বাহলৈ গৈ থকা…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 1:23 pm
অসম

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

সম্প্ৰতি বাংলাদেশত মহম্মদ ইউনুছৰ সমৰ্থক আৰু বিৰোধীৰ মাজত এক বৃহৎ সংঘাতৰ সৃষ্টি হৈছে। সংস্কাৰ কাৰ্যসূচীৰ বাবেই ইউনুছে নিৰ্বাচন পিছুৱাই দিয়াৰ চেষ্টা প্ৰত্যাখ্যান…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 12:37 pm
Popular Stories

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

যোৱা দেওবাৰে ব্যৰ্থ হয় ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ অভিযান। পিএছএলভি-চি৬১ ৰকেটখন উঠাৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। উৎক্ষেপণৰ ২০৩ ছেকেণ্ডৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 12:18 pm
Popular Stories

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

যাত্ৰীৰ ভিৰ লাঘৱ কৰিবলৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে আগৰতলা আৰু গুৱাহাটীৰ মাজত নতুন ৰে’ল চলাবলৈ অনুমোদন জনাইছে। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 10:58 am
অসম

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

কৰ্ণাটকৰ বেলগাম জিলাৰ ৰাম মন্দিৰৰ এজন সন্ন্যাসীয়ে ১৭ বছৰীয়া নাবালিকা কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে অভিযুক্ত সন্ন্যাসীজনৰ বিৰুদ্ধে…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 10:40 am
Popular Stories

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

আমেৰিকাৰ নাগৰিক ৰিয়ান গ্ৰেৱেলে (৩৬) চাইকেল চলাই ২২২ কেজিৰ পৰা ১২৪ কেজি ওজন কমাবলৈ সক্ষম হয়। কোনো অস্ত্ৰোপচাৰ নকৰাকৈ মাত্ৰ দুবছৰতে ১২৪…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 10:00 am
অসম

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

শনিবাৰে শ্ৰেয়াছ আয়াৰৰ বাবে দিনটো ভাল নাছিল। আগন্তুক ইংলেণ্ড শৃংখলাৰ বাবে ভাৰতীয় টেষ্ট দলত স্থান বিচাৰি নাপালে এই অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে। ভালৰ ফৰ্মত…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 9:12 am
অসম

দিল্লী-নয়দাত ৰেড এলাৰ্ট জাৰি, ধাৰাবাহিক বৰষুণৰ ফলত জলমগ্ন চহৰ; ১০০ৰো অধিক বিমান বাতিল

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে সন্ধিয়া প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে দিল্লী আৰু এন চি আৰ অঞ্চলৰ বাবে ৰেড এলাৰ্ট…

এন ই নাও নিউজ, নতুন দিল্লী · May 25, 2025 8:28 am
অসম

দাগ লাগিছে! জানি লওক ঘৰৰ পৰা কঠিন পানীৰ দাগ আঁতৰোৱাৰ ফলপ্ৰসূ টিপছ

বিশেষকৈ ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল ঘৰবোৰত ঘৰ পৰিষ্কাৰ কৰাত কঠিন পানীৰ দাগ এটা ডাঙৰ সমস্যা হৈ পৰে। কেলচিয়াম, মেগনেছিয়াম, লোহাৰ দৰে খনিজ…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 7:44 am
Popular Stories

কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

আমি দৈনন্দিন জীৱনত খোৱা সকলো পাচলিৰ ভিতৰত এবিধ বিশেষ পাচলি হৈছে কুন্দুলী। বহুতৰে প্ৰিয় খাদ্য হৈছে এই কুন্দুলী। বেছিভাগ গঞাৰ ঘৰতে কুন্দুলীৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 25, 2025 6:30 am