Author: অনিৰ্বাণ ৰয়
এছিয়াৰ বিখ্যাত সোনপুৰ মেলালৈ হাতী অনাৰ আহ্বান বিহাৰ চৰকাৰৰ! বেচা-কিনা চলাৰ শংকাত প্ৰকৃতি প্ৰেমী
এছিয়াৰ সৰ্ববৃহৎ পশুৰ বজাৰ বিহাৰৰ সোনপুৰ মেলা আজিৰ পৰা আৰম্ভ হৈছে আৰু এই বৃহৎ পশুমেলাখনত হাতীৰ ক্ৰয়-বিক্ৰয়ৰ শংকা দেখিছে বন্যপ্ৰাণী সংৰক্ষণকৰ্মীসকলে। এই…
মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ ৱায়াৰলেছ বাৰ্তাই নাগালেণ্ডত সৃষ্টি কৰিছে চেপা উত্তেজনাৰ পৰিৱেশ
কেইবদশক জোৰা সশস্ত্ৰ বিদ্ৰোহৰ ভূমিত পৰিণত হোৱা নাগালেণ্ডত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা শান্তিচুক্তিকেন্দ্ৰিক শংকা-আশংকাক গভীৰ কৰি তুলিছে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ…
গুজৰাট আৰু উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ৬টা হাতী
অসমৰ পৰা ৬টা হাতী গুজৰাট আৰু উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰাৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে। ৰাজ্যখনৰ বন্যপ্ৰাণী বিভাগৰ মুৰব্বীৰ কাৰ্যালয়ৰ সূত্ৰই…
যোৰহাটত অলক্ষিত বাংলাদেশৰ জন্মদাত্ৰী ৰণ-পক্ষী
যোৰহাটত ভাৰতীয় বায়ু সেনা ষ্টে’চনস্থিত কেন্দ্ৰীয় বিদ্যালয়লৈ যোৱা বেছিভাগ লোকেই চৌহদটোত প্ৰদৰ্শন কৰি ৰখা ঐতিহাসিক ৰণ-পক্ষী এমআই ৪ হেলিকপ্তাৰখন প্ৰায়ে মন নকৰে।…
মিজোৰামত বোমা পেলোৱা যুঁজাৰু বিমান গৰ্বেৰে প্ৰদৰ্শন বায়ুসেনাৰ
১৯৬৬ চনৰ ৪ আৰু ৫ মাৰ্চত মিজোৰাম (তেতিয়াৰ অসমৰ মিজো জিলা)ত বিমান আক্ৰমণত ব্যৱহাৰ কৰা এখন তুফানী ফাইটাৰ বিমানক বীৰত্বৰ স্মাৰক হিচাপে…
২১ নবেম্বৰত বিবাহপাশত আবদ্ধ হ’ব সাংসদ আগাথা কে চাংমা
অহা ২১ নবেম্বৰত তুৰা লোকসভা সমষ্টিৰ সাংসদ আগাথা কে চাংমাই চিকিৎসক পেট্ৰিক ৰংমা মাৰাকৰ সৈতে বিবাশপাশত আবদ্ধ হ’ব। পৰিয়ালৰ এটা সূত্ৰই নৰ্থ-ইষ্ট…
অচিৰেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হ’ব পাৰে ন্যায়াধীশ হৃষিকেশ ৰয়ৰ
অসমত জন্মলাভ কৰা কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৃষিকেশ ৰয়ক সোনকালেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হ’ব পাৰে। সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ…
ডঃ বৰুৱাৰ প্ৰতিধ্বনিৰে বৃটিশ্ব চাৰ্জনৰ দাবী– গাহৰি কলিজাই সলাব হৃদ চিকিৎসাৰ জগত
১৯৯৬ চনৰ ডিচেম্বৰত অসমৰ বিতৰ্কিত হৃদ শল্য চিকিৎসক ডঃ ধনীৰাম বৰুৱাই এজন ৩২ বছৰীয়া ৰোগীৰ দেহত গাহৰিৰ কলিজা সংৰোপন কৰা ঘটনাই চিকিৎসা…
মোদীৰ ‘মেন ভাৰ্ছেছ ৱাইল্ড’ শ্ব’ৱে অতুল্য ভাৰত প্ৰচাৰ অভিযানক দিব এক নতুন মাত্ৰা
সৰ্বত্ৰ চৰ্চিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেন ভাৰ্ছেছ ৱাইল্ড শ্ব’ৰ দ্বাৰা প্ৰবুদ্ধ হৈ পৰ্যটন মন্ত্ৰালয়ে ইয়াৰ অতুল্য ভাৰত প্ৰচাৰ অভিযানত (Incredible India…
সপৰিয়ালে বিজেপিলৈ যাব মেঘালয়ৰ কংগ্ৰেছ নেতা মুকুল চাংমা আৰু অসমৰ পৱন সিং ঘাটোৱাৰ
কংগ্ৰেছী নেতাৰে ভাৰাক্ৰান্ত হৈ পৰা বিজেপিলৈ যাবলৈ আৰু কেইবাজনো কংগ্ৰেছ নেতাই মন টঙাই থকাৰ খবৰ পোৱা গৈছে। বিজেপিয়ে ইয়াৰ সদস্যভৰ্তি অভিযান ২০…