Author: অভীক চক্ৰবৰ্তী
নাবালকৰ গাত উতলা পানী ঢলাত অভিযুক্ত ডিব্ৰুগড়ৰ পলাতক চিকিৎসকৰ পুত্ৰ, কন্যাক আটক
ডিব্ৰুগড় আৰক্ষীয়ে বনকৰা নাবালকৰ গাত উতলা পানী ঢলাত অভিযুক্ত পলাতক চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰীৰ পুত্ৰ, কন্যাক বৃহস্পতিবাৰে আটক কৰিছে। পুত্ৰ, কন্যা…
নাবালকৰ গাত উতলা পানী ঢলা ডিব্ৰুগড়ৰ চিকিৎসক পলাতক
বনকৰা নাবালকৰ গাত উতলা পানী ঢালি দিয়া ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰী পলাতক হৈ আছে। চিকিৎসকগৰাকীৰ ঘৰলৈ যোৱা মিলন নগৰ আৰক্ষী…
শুই থকা নাবালকৰ গাত উতলা পানী ঢালি দিলে ডিব্ৰুগড়ৰ চিকিৎসকে
ডিব্ৰুগড়ৰ এজন চিকিৎসকে সোমবাৰে ৰাতি মিলন নগৰৰ নিজ ঘৰত শুই থকা এটি নাবালকৰ গাত উতলা পানী ঢালি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত…
ক’ভিড পজিটিভ চিনাক্ত মুঠ ব্যক্তিৰ সংখ্যাই ৫০০০ অতিক্ৰম কৰিলে ডিব্ৰুগড়ত
ক’ভিড১৯ পজিটিভ চিনাক্ত মুঠ ব্যক্তিৰ সংখ্যাই ডিব্ৰুগড়ত পাঁচ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। মঙলবাৰলৈকে ১৯গৰাকী ক’ভিড ৰোগীয়ে উজনি অসমৰ জিলাখনত প্ৰাণ হেৰুৱাইছে। এই…
ধনদাবীৰ অভিযোগত ডিব্ৰুগড়ত ছয় ছাত্ৰনেতাক গ্ৰেপ্তাৰ
ডিব্ৰুগড় আৰক্ষীয়ে এখন ব্যক্তিগত চিকিৎসালয়ত ধনদাবী আৰু মেনেজমেণ্টক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত শনিবাৰে ছগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰ নেতাকেইগৰাকী হৈছে— লাচিত…
বিশিষ্ট শিক্ষাবিদ ড০ অমৰেশ দত্তৰ দেহাৱসান
বিশিষ্ট শিক্ষাবিদ, শতায়ু গৰকা পণ্ডিত, কবি প্ৰফেছৰ এমেৰিটাছ ড০ অমৰেশ দত্তৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত ডিব্ৰুগড়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স…
ডেৰ মাহ হ’ল বাঘজানৰ গেছ নিৰ্গমনৰ, জুই নুমুওৱাত বিফল অইল
বাঘজানৰ গেছ নিৰ্গমনৰ ঘটনাই বৃহস্পতিবাৰে ৪৪ দিনত ভৰি দিলে, কিন্তু অইল ইণ্ডিয়া লিমিটেডে এতিয়াও নিৰ্বাপিত কৰিব পৰা নাই খাদটোৰ জুই। জুই নিৰ্বাপনৰ…
ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ
১ জুলাইত ডিব্ৰুগড়ৰ তাৰা দাস নামৰ এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ স্বামী নয়ন দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ…
অশ্লীল ভিডিঅ’ আপল’ড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকক অশ্লীল ভিডিঅ’ ৱেবছাইটত আপল’ড কৰাৰ অভিযোগত আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ এজাহাৰৰ ভিত্তিত গণিত বিভাগৰ সহকাৰী…
বানত বন্ধ বাঘজানত অইলৰ কাম
অইল ইণ্ডিয়া লিমিটেডে বানপানীৰ বাবে তিনিচুকীয়াৰ বাঘজানত গেছখাদৰ জুই নুমুৱা কাম বন্ধ কৰিছে। উজনি অসমত যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে…