Author: চাজিদ খান, ওদালগুৰি
বন্ধুক হত্যা কৰাৰ অপৰাধত ওদালগুৰিত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে
ওদালগুৰিৰ এখন আদালতে ২০১৭ চনত সংঘটিত কৰা এক হত্যাকাণ্ডৰ অপৰাধত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ কঠোৰ শাস্তি প্ৰদান কৰে। জিলা আৰু সত্ৰ ন্যায়াধীশ…
২০১৫ চনৰ ধৰ্ষণ গোচৰত অপৰাধীক ২০ বছৰৰ কাৰাদণ্ডৰ বিহিলে ওদালগুৰি আদালতে
ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৫ চনত ৰৌতাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এজন লোকক বিশ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান…
ওদালগুৰিত পথ দুৰ্ঘটনাত নিহত যুৱ চিকিৎসক
এক দুৰ্ভাগ্যজনক ঘটনাত শুকুৰবাৰে নিশা ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত কালিখোলাৰ সমীপত উঠি অহা হোণ্ডাই ইয়ন গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা…
Arrested for Facebook post on ULFA (I): আলফা স্বাধীনক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ
ওদালগুৰি: Youth arrested for Facebook post on ULFA (I) ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষীয়ে এজন ২২ বছৰীয়া যুৱকক ছ’চিয়েল মিডিয়াত বিচ্ছিন্নতাবাদী সংগঠন আলফা(আই)ক…
Flood in Assam: কলাইগাঁওত বানে উটুৱাই নিলে কলাইগাঁও-ওদালগুৰি সংযোগী পথ; জিলা সদৰৰ লগত যোগাযোগ ব্যাহত
ওদালগুৰি জিলাৰ কলাইগাঁও’ত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিগত এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত কলাইগাঁওৰ উপনৈ সমূহৰ পানী ফেনেফোটোকাৰে বাঢ়ি…
টংলাত আছু আৰু প্ৰাক্তন আছুৰ মাজত মুখামুখি সংঘাত; প্ৰাক্তন আছুক সভা পতাত বাধা আছু কৰ্মীৰ
ওদালগুৰি জিলাৰ টংলা বৰদলৈ ভৱনত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু অবিভক্ত দৰং জিলাৰ কেবাগৰাকীও…
জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ
টংলা জলসিঞ্চন বিভাগৰ অভিযন্তা সত্যৰাম কলিতাই আত্মসমৰ্পন কৰিছে। টকা আত্মস্যাৎ কৰা গোচৰত আৰক্ষীৰ গ্ৰেপ্তাৰৰ ভয়ত পলাতক অৱস্থাত আছিল অভিযুক্ত অভিযন্তাজন। ঠিকাদাৰৰ এছ…
নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ
কেইদিনমানৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত নোৱা নৈৰ বাঢ়নী পানীয়ে দৰঙৰ কলাইগাঁৱৰ গৰুবান্ধা, বিষ্ণুপুৰ আৰু উদমাৰী পূৱ খণ্ডৰ মথাউৰি চিঙি অঞ্চলকেইটাৰ…
ওদালগুৰিৰ টংলাত ভয়াৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা
মংগলদৈ-ভূটিয়াচাং পথত এখন তীব্ৰ বেগী ট্ৰাকে নিশা মহতিয়াই নিয়ে এগৰাকী স্কুটী আৰোহীক। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰতনপুৰৰ পুজা ভাৱেল (২৬) নামৰ মহিলা…
ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা,বোৱাৰী,নাতি-নাতিনী
ওদালগুৰি জিলাৰ ওৰাঙৰ ২নং শইকীয়া চুবুৰী গাঁওৰ নামঘৰত দেওবাৰে ৬০ বছৰীয়া বৃদ্ধ বদ্ধাকে ধৰি ২৯গৰাকী দম্পতিৰ ৰাজহুৱা শুভ বিবাহ অনুষ্ঠিত হৈ যায়৷…