Author: চাজিদ খান
বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত বিটিআৰ; ওদালগুৰিত বিপিএফ কৰ্মীক গুলীয়াই হত্যা
বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বিটিআৰৰ সামগ্ৰিক পৰিস্থিতি। শুকুৰবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূটীয়াচাঙৰ মঙলদৈ-ভূটীয়াচাং পথত অচিনাক্ত…
বিটিচিত নিৰ্বাচনী ৰণডংকা; হাগ্ৰামাৰ বি পি এফে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা
বি টি চিত আৰম্ভ হৈছে নিৰ্বাচনী ৰণহুংকাৰ। বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে একাৰাহে প্ৰায় ১৮ টা বছৰ শাসন কৰি আছে বড়োভূমিত।…
আজিৰ পৰা আৰম্ভ হ’ব কলাগুৰু সংগীত মহোৎসৱ
আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কৰ্যসূচীৰে অনুষ্ঠিত হ’ব কলাগুৰু সংগীত মহোৎসৱ। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত…
৬ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা; এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ
এটি ছবছৰীয়া কন্যা শিশুক প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা সন্তোষ মুণ্ডা(২৫) নামৰ যুৱক এজনক…
আহি আছে বড়ো চলচ্চিত্ৰ “বেকাৰ ৰ’মিঅ’”
নতুন পৰিচালক এম অ’খ্ৰাং বড়োৰ প্ৰথমখন চলচ্চিত্ৰ “বেকাৰ ৰ’মিঅ’”ই বাথৌ পূজাৰ দিনা অহা ২৮ জানুৱাৰিত মুক্তি লাভ কৰিব। ৯০ মিনিটৰ বড়ো চিনেমাখন…
ব্যৱসায়িক সফলতাৰ লক্ষ্যৰে কলেজে কলেজে প্ৰচাৰত নামিছে প্ৰতিঘাতৰ দল
শেহতীয়াভাৱে কেইবাখনো অসমীয়া চিনামেই বাণিজ্যিকভাৱে সফল হোৱাৰ পিছত এইবাৰ ৬ ডিচেম্বৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন অসমীয়া ছবি প্ৰতিঘাত। দৰ্শকক…
২০০৭ চনৰ লজ্জাজনক “বেলতলা কাণ্ড”ৰ দিনটোক ক’লা দিৱস হিচাপে পালন আদিবাসী ছাত্ৰ সন্থাৰ
২০০৭ চনত ঘটা এটা পাহৰিব নোৱৰা অবিচাৰ, অমানৱীয় ঘটনাক সুঁৱৰি টংলা নগৰত সদৌ আদিবাসী ছাত্ৰ সন্থা, অসমৰ ওদালগুৰি শাখাই আজিৰ দিনটোক ক’লা…
টংলাত বাইক চুৰিৰ সন্দেহত যুৱকক আটক
ওদালগুৰি জিলাত বাইক চুৰিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে মঙলবাৰে টংলাত স্থানীয় এজন সন্দেহজনক বাইক চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। প্ৰাপ্ত…
ওদালগুৰিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে এগৰাকী ডাম্পাৰ চালকে
এক মৰ্মান্তিক ঘটনাত বৃহস্পতিবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং ওজাগড় গাঁৱত এজন ডাম্পাৰ চালকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’বলগীয়া…
মহিলা যাত্ৰীক ৱাশ্বৰূমত ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত লপা-থপা ৰেইল সুৰক্ষা বাহিনীৰ জোৱানক
ৰেইলযাত্ৰীৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰ পি এফৰ এজন জোৱানে চলন্ত ৰেইলত এগৰাকী মহিলা যাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত যাত্ৰীৰ গণপ্ৰহাৰৰ সন্মুখীন হ’ব…