Author: জাহ্নৱী বৰুৱা
“তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট নিচ্ছিন্ন হব” অজিত কুমাৰ ভূঞা
তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট নিচ্ছিন্ন হব আৰু মহাজোঁটে ভবাতকৈ বেছি আসন লাভ কৰিবলৈ সক্ষম হব, এই দাবী ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞাৰ।…
পূব গুৱাহাটী সমষ্টিক ৰাজ্যৰ ভিতৰতে জাকত জিলিকা কৰি তোলাৰ সপোন লোকপ্ৰিয়ৰ নাতিনীয়েকৰ
ৰাজ্যৰ ভিতৰতে পূব গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰি তোলাৰ সপোন লোকপ্ৰিয়ৰ নাতিনীয়ে। দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি পূব গুৱাহাটীৰ প্ৰাৰ্থী অসীমা বৰদলৈয়ে…
মাতৃ বিয়োগৰ ৪ দিন পাছতেই পুনৰ জাতিৰ স্বাৰ্থত প্ৰচাৰত নামিল লুৰীণজ্যোতি গগৈ!
মাতৃ বিয়োগৰ ৪ দিন পাছতেই আজি পুনৰ প্ৰচাৰত নামিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। সংকট মৰিষণ কৰি অসমৰ জাতীয় জীৱনক এক…
“মহিলাক ফ্লায়িং কিছ দি হিমন্ত বিশ্ব শৰ্মাই নিৰ্লজ্জ কাণ্ড কৰিলে”
কালি এটা ব্যক্তিগত টেলিভিছন চেনেলত আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ পৃষ্ঠপোষকতাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ জন্ম হোৱা বুলি দাবী কৰাৰ পাছতে তেওঁক…
“বিজেপিয়ে হিন্দুকো ভাল নাপায় মুছলমানকো ভাল নাপায়, কেবল ক্ষমতাহে লাগে”: মনীষ তিৱাৰী
দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰীয়ে বিজেপিৰ অপশাসনৰ অভিযোগ তুলি এক সংবাদমেল সম্বোধন কৰে।…
“হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি ব্লেক মেইল কৰিবলৈ হিমন্তই সাহস কত পালে” কংগ্ৰেছৰ প্ৰশ্ন
“হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি ব্লেক মেইল কৰিবলৈ হিমন্তই সাহস কত পালে” বুলি আজি প্ৰশ্ন কৰে কংগ্ৰেছে। এই প্ৰসংগতে কংগ্ৰেছে এইবুলিও দাবী…
প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৩৭খন আসন পোৱাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ
অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে ৩৭খন আসন পোৱাৰ দাবী কৰিছে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে। আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই…
বিজেপিৰ বাতৰি কাকতত ওলোৱা বিজ্ঞাপনক হোলীৰ দিনা কৰা এক ধেমালি আখ্যা কংগ্ৰেছৰ
দেওবাৰে ৰাজীৱ ভৱনত হোৱা এখন সংবাদমেলত বিজেপিয়ে বাতৰি কাকতত দিয়া বাতৰিৰ লেখীয়াকৈ দিয়া বিশেষ বিজ্ঞাপনটো সন্দৰ্ভত ক্ষোভ উজালিৰে কংগ্ৰেছে। ” বিজেপিয়ে বাতৰি…
নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবলৈ অ-বড়ো সুৰক্ষা কমিটিৰ আহ্বান
শনিবাৰে অ বড়ো সুৰক্ষা কমিটিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি দলক পৰাভূত কৰিবলৈ অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনায়। অ বড়ো সুৰক্ষা কমিটিৰ…
প্ৰতিবন্ধী লোক সকলক ভোট দিয়াৰ নামত প্ৰতাৰণা বিজেপি চৰকাৰৰ
শনিবাৰে দিছ্পুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত নিৰ্বাচনত প্ৰতিবন্ধী সকলৰ ভোটাধিকাৰ সম্পৰ্কে নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰত প্ৰশ্ন কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। প্ৰশ্ন…