Author: কল্পজ্যোতি শইকীয়া
আৰম্ভ হোৱাৰ দুদিনতেই বিকল গুৱাহাটী ৰ’পৱে : বন্ধ ৰখা হ’ল যাতায়াত, বিমুখ হৈ উভতিল যাত্ৰী
আৰম্ভ হোৱাৰ দুদিন পাছতেই কাৰিকৰী বিজুতি ঘটিছে গুৱাহাটীৰ ৰ’পৱেৰ ইঞ্জিনত। বুধবাৰৰ দিনটোত পুৱাৰে পৰা বন্ধ ৰখা হ’ল ৰ’পৱেৰ চলাচল। ইঞ্জিনৰ কিছু বিজুতি…
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ কোভিড-১৯ প’জিটিভ
ক’ৰ’নাত আক্ৰান্ত হৈছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। টুইটাৰযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে নিজে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি প্ৰকাশ…
পেডেল মাৰি, টেক্সী গাড়ী লৈ ১০০ কলা-কুশলীৰে সদল-বলে কংগ্ৰেছী হ’ল বাবু-নেকিব-অজয়
কন্ঠশিল্পী বাবু বৰুৱাই পেডেল মাৰি, নেকিবে টেক্সি গাড়ী লৈ অজয় ফুকনসহ ১০০ কলা-কুশলীয়ে কংগ্ৰেছত আজি যোগদান কৰে। দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ…
সুবিধাবাদৰ চূড়ান্ত নিদৰ্শন! : গেঞ্জী সলোৱা দি স্থিতি সলাব পাৰে গায়ক সীমান্ত শেখৰে
প্ৰথমে নিৰ্বাচনী গীত গাই বিজেপিৰ শলাগৰ পাত্ৰ হোৱা সীমান্ত শেখৰে পাছত CAA বিৰোধী আন্দোলনত ৰাইজৰ কাষত থিয় দি এতিয়া পুনৰ বিজেপিৰ শৰণাপন্ন…
ৰেঙণিৰ ধাৰাবাহিক “বেগমজান” সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা; দিলে কাৰণ দৰ্শোৱাৰ জাননী
প্ৰায় ২ মাহ পূৰ্বে ৰেঙণি চেনেলত আৰম্ভ হোৱা ‘বেগমজান’ নামৰ ধাৰাবাহিক খনৰ সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই।…
মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে; এবাৰত যাত্ৰা কৰিব পাৰিব ৩৫ জন যাত্ৰী
অৱশেষত গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া আশা বাস্তৱত ৰূপায়িত হ’ল। ২০০৯ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ ১১ বছৰৰ পাছত আজিৰে…
অভিযোগ প্ৰতি অভিযোগত উত্তপ্ত খণ্ডিত কংগ্ৰেছী ৰাজনীতি : দুলুক উভতি ধৰিলে ‘বৰা’ৰ বাহিনীয়ে
কংগ্ৰেছৰ পৰা নিলম্বিত তথা কালি স্ব-ইচ্ছাৰে পদত্যাগ কৰা বুলি ঘোষণা কৰা দুলু আহমেদে ‘বৰা’ উপাধিধাৰী চৰিত্ৰ আখ্যান বখনাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ তিনি…
বৰা উপাধিৰ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষৰ নেতাৰ কু-কীৰ্তিৰ কাহিনী বখানিলে দুলুৱে : চাওক llVideoll
২২ বছৰে কংগ্ৰেছ কৰি অৱশেষত দলীয় নেতৃত্বৰ লগত সংঘাতৰ পৰিণতিত দল এৰিলে দুলু আহমেদে। শেহতীয়াকৈ যোৱা ২০ আগষ্ট দিনা ৰিপুন বৰাই দুলু…
বদৰুদ্দিন আজমল হঠাতে কিয় ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে অসমৰ ৰাজনীতিত?
অসমৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰ হৈ পৰিছে বদৰুদ্দিন আজমল। যেন এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল অসমত নাথাকিলেও শাসকীয় দল বা বিৰোধী দলৰ মুখত বাৰেপতি…
আঞ্চলিক দল গঠনৰ নামত কাৰোবাৰ বোকোচাত উঠি ক্ষমতা লাভৰ আকাংক্ষা ত্যাগ কৰক: জীতেন দত্ত
জাতীয় স্বাৰ্থত সকলো আঞ্চলিক শক্তিলৈ বিনম্ৰ অনুৰোধ জনাইছে আলোচনাপন্থী আলফা নেতা জীতেন দত্তই। এক ফেচবুক পোষ্ট যোগে এই আহ্বান জনাইছে দত্তই। “আছু,…