Author: কল্পজ্যোতি শইকীয়া
গুৱাহাটীত দোকানৰ ভিতৰত যুৱকক চুৰিৰে হানি-খুচি হত্যা; cctvত বন্দী সমগ্ৰ ঘটনা
গুৱাহাটীৰ নুনমাটিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিন দুপৰতে চুৰিৰে আঘাট কৰি এজন যুৱকক হত্যা কৰা হয়। নুনমাটিস্থিত আৰমাণ্ড হোম ফাৰ্নিছিং নামৰ দোকানখনৰ…
ৰাজ্যত সপ্তম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু
ক’ৰ’নাত আক্ৰান্ত হৈ অসমত সপ্তমগৰাকী লোকৰ মৃত্যু ঘটিছে। মৃত মহিলাগৰাকীৰ নাম মংগুলীৰাণী দাস(৫৭)। মহিলাগৰাকীৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে। মহিলাগৰাকী কৰ্কটৰোগত…
গুৱাহাটীত আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ
গুৱাহাটীত এগৰাকী আৰক্ষী জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। আৰক্ষী জোৱানজনৰ নাম অনিল চন্দ্ৰ ৰায়। তেওঁ 8th APBN ৰ জোৱান। এমাহ পূৰ্বে…
৩৫০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, দিনটোত চিনাক্ত ১৪৫
১১১গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত বৃহস্পতিবাৰে ৩৪৩০লৈ বৃদ্ধি পাইছে। বৃ্হস্পতিবাৰৰ দিনটোত মাজনিশাপৰ্য্যন্ত চিনাক্ত হৈছে ১৪৫গৰাকী ক’ভিড আক্ৰান্ত।…
১৫০০ৰ দিশে অসমত ক’ভিড আৰোগ্য, নতুনকৈ মুক্ত ১৮৩
১৮৩গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। এইসকলক ধৰি অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ১৪৩২গৰাকীলৈ বৃদ্ধি পাইছে।…
অপ্রতিৰোধ্য কৰ’না: ৰাজ্যত ৩৩০০ অতিক্ৰম কোভিড-১৯আক্ৰান্তৰ সংখ্যা
ৰাজ্যত ৩৩১৯ লৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত একেলগে ৩৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।…
অপ্রতিৰোধ্য কৰণা: ৰাজ্যত ৩৩০০ৰ দিশে ক’ৰ’ণা আক্ৰান্ত, দিনটোত চিনাক্ত ২৩৫
ৰাজ্যত ৩২৮৫লৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১৯৩গৰাকী ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। আজিৰ দিনটোত ২৩৫গৰাকী লোক আক্ৰান্ত হৈছে। টুইটাৰযোগে…
ক’ৰ’ণা ৰোগী ধৰা পৰাৰ পাছতো কিয় ছিল কৰা নহ’ল গুৱাহাটীৰ এটা বিশেষ বেংক?
মহানগৰীত ক্ৰমাৎ বাঢ়ি গৈছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; তাৰ সমান্তৰালকৈ বাঢ়ি গৈছে কন্টেইনমেন্ট জ’নৰ সংখ্যা। য’ত কোভিদ-১৯ পজিটিভ ৰোগী পোৱা গৈছে সেই অঞ্চলকে…
অসমত ১২৪৯লৈ বৃদ্ধি ক’ভিড আৰোগ্য, চিকিৎসালয়ৰ পৰা নতুনকৈ মুকলি ১৫২
১৫২গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এইসকল ব্যক্তিক ধৰি ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈ…
অসমত ষষ্ঠগৰাকী কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যু
কোভিড-১৯ আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পালে। আজি তেজপুৰ মেডিকেল কলেজত কমল কৃষ্ণ পাল নামৰ কোভিড আক্ৰান্ত…