NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

Popular Stories

অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ ৰাজ্যজোৰা মানৱ শৃংখল

অখিল গগৈ সহ চাৰিজন কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতাৰ কাৰাবন্দীত্বৰ আজি ৬ মাহ সম্পূৰ্ন হ’ল। আজি সুদীৰ্ঘ ৬ টা মাহৰ পিছতো অখিল গগৈসহ…

কল্পজ্যোতি শইকীয়া · June 8, 2020 7:43 pm
Popular Stories

গণহত্যা: কোনে দিলে আইন হাতত তুলি লৈ জীৱন কাঢ়ি লোৱাৰ অধিকাৰ?

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গণ প্ৰহাৰৰ দ্বাৰা হত্যা কাণ্ড সংঘটিত হোৱা ঘটনা। ঝংকাৰ শইকীয়াৰ পৰা আৰম্ভ কৰি অভিজিত নিলোৎপল আৰু শেহতীয়াকৈ মৰিয়নীৰ…

কল্পজ্যোতি শইকীয়া · June 8, 2020 3:21 pm
অসম

২৭০০ৰ দিশে অসম ক’ভিড আক্ৰান্ত, নতুনকৈ চিনাক্ত ১৫৫

১৫৫গৰাকী নতুন ক’ভিড পজিটিভ ব্যক্তিৰ সৈতে অসমত দেওবাৰে মুঠ আক্ৰান্ত ২৬৮১গৰাকীলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী…

কল্পজ্যোতি শইকীয়া · June 8, 2020 12:25 am
Popular Stories

ৰাজ্যত বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে বিনামূলীয়া শিক্ষা : কি ক’লে শিক্ষা মন্ত্ৰীয়ে

আজি দিছপুৰ সচিবালয়ত সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ডঃ হিমন্ত শৰ্মাই শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তাৰ ভিতৰত অন্যতম ৰাজ্যৰ প্ৰতিখন…

কল্পজ্যোতি শইকীয়া · June 7, 2020 8:38 pm
অসম

শিক্ষা মন্ত্ৰীৰ ঘোষণাক আদৰণি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

আজি শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সৰ্বশিক্ষাৰ অধীনত অসমৰ  বিভিন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি ম্যাদ ৬০ বছৰ বয়সলৈ…

কল্পজ্যোতি শইকীয়া · June 7, 2020 7:29 pm
Popular Stories

ৰাজ্যৰ টেট-ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকলৈ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ

আজি দিচপুৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ টেট শিক্ষক, ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ বাবে কেইবাটাও গুৰুত্ব পূৰ্ণ ঘোষণা কৰে শিক্ষা…

কল্পজ্যোতি শইকীয়া · June 7, 2020 5:47 pm
অসম

অভি-নীলে পাবনে ন্যায়? সহায়ৰ বাবে আগুৱাই আহিল মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজোতি শইকীয়া

সমগ্ৰ বিশ্ব জোকাৰি যোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডই কাইলৈ দুটা বছৰত ভৰি দিব। বৰ্তমানো ন্যায় পোৱাৰ আশাৰে ৰৈ আছে অভি-নীলৰ…

কল্পজ্যোতি শইকীয়া · June 7, 2020 2:58 pm
Popular Stories

ভাষাহীন নৃশংসতা! মহানগৰীত বাঘ হত্যা কৰি ৰাজপথত সমদল জীৱশ্ৰেষ্ঠ মানৱৰ

পুনৰ জীৱশ্ৰেষ্ট মানুহৰ নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে। এটাৰ পাছত আনটো জীৱহত্যাৰ নিকৃষ্ট ঘটনাই চৰম লজ্জিত কৰিছে মানৱ জাতিক। মহানগৰীৰ কটাহবাৰীত জীৱকুল ধ্বংস…

কল্পজ্যোতি শইকীয়া · June 7, 2020 2:15 pm
Popular Stories

ৰাজ্যত ২৬০০ৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : ৯২ গৰাকী একেলগে আক্ৰান্ত

ৰাজ্যত ২৫৬৫ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত একেলগে ৯২ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে ৩৯ গৰাকী হোজাই, ২৪…

কল্পজ্যোতি শইকীয়া · June 7, 2020 2:12 pm
অসম

২৫০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, দিনটোত চিনাক্ত ২৩০

৭৬গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত শনিবাৰে ২৪৭৩লৈ বৃদ্ধি পাইছে। আক্ৰান্তসকলৰ মাজত আছে ধুবুৰীৰ ২৩, দৰঙৰ ২২, কামৰূপ মহানগৰৰ…

কল্পজ্যোতি শইকীয়া · June 6, 2020 11:52 pm