Author: কল্পজ্যোতি শইকীয়া
ক’ৰ’নাৰ আতংক; প্রধানমন্ত্রীৰ জনতাৰ কাৰ্ফিউৰ প্ৰতি ব্যাপক সঁহাৰি মহানগৰবাসীৰ
জনতাৰ কাৰ্ফিউত নিজান, নিতাল আৰু নিস্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰ। সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছৰ সংক্রমণে কাল সংহাৰী ৰূপ লোৱাৰ বাবে…
ব্যক্তিগতখণ্ডৰ হাস্পতাললৈ বিশেষ নিৰ্দেশ মন্ত্ৰী পিযুষ হাজৰিকাৰ
মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ তদাৰক কৰে। মন্ত্ৰী গৰাকীয়ে ৰে’ল…
কৰ’নাভাইৰাছ: সোমবাৰে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ
অসম চেম্বাৰ্ছ অৱ কমাৰ্চে ২৩ মাৰ্চ সোমবাৰে ৰাজ্যৰ সৰু-বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে। বজাৰ, খাদ্য সামগ্ৰীৰ দোকান, শ্বপিং মল,…
নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আইন ছাত্ৰ সন্থাৰ
নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাই। বাৰ কাউন্সিল অৱ ইণ্ডিয়াক উচ্চতম ন্যায়ালয়ৰ…
কৰ’নাৰ প্ৰভাৱৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল বিটিচি নিৰ্বাচন
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি নিৰ্বাচন পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে। গুৱাহাটী…
কৰ’নাভাইৰাছক লৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা
কৰ’নাভাইৰাছক লৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰিছে। সংবাদ মেলখনত মন্ত্ৰীজনে কৰ’নাভাইৰাছ ৰোধৰ বাবে…
বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা আৰক্ষী কনিষ্টবলৰ জীৱনৰ কৰুণ গাথা
বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা নগাঁও পুলিচ ৰিজাৰ্ভত কৰ্মৰত এগৰাকী আৰক্ষী কনিষ্টবলৰ জীৱনৰ কৰুণ গাঁথা পোহৰলৈ আহিছে। তেওঁৰ নাম নজৰুল ইছলাম। তেওঁ…
কাৰাগাৰৰ ভিতৰত অখিল গগৈক হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল: ধৈৰ্য কোঁৱৰ
‘কাৰাগাৰৰ ভিতৰত অখিল গগৈক হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল।’ আজি জি এম চি এইছলৈ চিকিৎসাৰ বাবে অনাৰ সময়ত এই গুৰুতৰ অভিযোগ তোলে কাৰাৰুদ্ধ…
কাৰাগাৰৰ ভিতৰৰ পৰাই কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ
আজি পুৱা ৫-৩০বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কৃষক নেতাজনক শিৱসাগৰ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি নিয়ে। জাইল’ আৰু বলেৰ’ গাড়ীৰে অহা শিৱসাগৰ আৰক্ষীৰ…
‘কা’ বিৰোধিতা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাঃ সম্পাদক ৰাহুল ছেত্ৰীক NIAৰ চমন
নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক সন্মুখৰ পৰা নেতৃত্ব দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীলৈ চমন…