NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

এই পৰিস্থিতিত কেন্দ্ৰৰ সৈতে শান্তি চুক্তিত যোৱাত নাই: অনুপ চেতিয়া

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক লৈ অসমত চলিত পৰিস্থিতিত আলফা কেন্দ্ৰৰ সৈতে শান্তি চুক্তিলৈ নাযায় বুলি আলফা নেতা অনুপ চেতিয়াই মন্তব্য কৰিছে। কেন্দ্ৰীয়…

কল্পজ্যোতি শইকীয়া · December 15, 2019 9:09 pm
অসম

অতুল-কেশৱ-ফণী-বীৰেনৰ পদত্যাগ দাবীত অগপ কাৰ্য্যালয়তে ধৰ্মঘটত প্ৰতিষ্ঠাপক নেতা

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতাদ্বয় বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই শীৰ্ষ নেতৃত্ব অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ পদত্যাগৰ…

কল্পজ্যোতি শইকীয়া · December 15, 2019 8:19 pm
অসম

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা; মানব অধিকাৰ আয়োগৰ কাষ চাপিব দিব্যজ্যোতি শইকীয়া

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে শীঘ্ৰেই মানব অধিকাৰ আয়োগৰ কাষ চাপিব মানব অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই। ইতিমধ্যে বৰাই আয়োগৰ কাষ চপাৰ…

কল্পজ্যোতি শইকীয়া · December 15, 2019 11:13 am
অসম

কৰ্মচাৰী পৰিষদৰ ঘোষণা : নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত ১৮ ডিচেম্বৰত পালন কৰিব কৰ্মবিৰতি

অহা ১৮ ডিচেম্বৰত কৰ্মবিৰতি পালনেৰে বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে। উক্ত দিনা ৰাজ্যৰ সমূহ কৰ্মচাৰীয়ে…

কল্পজ্যোতি শইকীয়া · December 14, 2019 8:23 pm
অসম

‘চহিদ’ ছাম ষ্টেফ’ৰ্ডৰ বাসগৃহত আছুৰ নেতৃত্ব; প্ৰতিকৃতিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা তৰ্পণ

বৃহস্পতিবাৰে অৰ্থাৎ যোৱা ১২ ডিচেম্বৰৰ দিনা সন্ধিয়া সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা ছাম ষ্টেফ’ৰ্ডৰ ঘৰত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব।…

কল্পজ্যোতি শইকীয়া · December 14, 2019 5:14 pm
অসম

“কেব”ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল শংকৰদেৱ সংঘৰ ৫৩খন জিলা সমিতি

ৰাজ্যজুৰি জাতিধ্বংসী “কেব”ৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল অসমৰ বৃহত্তম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত…

কল্পজ্যোতি শইকীয়া · December 13, 2019 9:37 pm
অসম

হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বণিতাৰ অংশগ্ৰহণ “গণ অনশন”ত; চৰকাৰক সকীয়নি আছু আৰু শিল্পী সমাজৰ

বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ (আজিৰ পৰা আইন) বিৰুদ্ধে আজি গুৱাহাটীত আছু আৰু শিল্পী সমাজে আহ্বান জনোৱা গণ অনশনত ভাগ ল’লে…

কল্পজ্যোতি শইকীয়া · December 13, 2019 9:18 pm
অসম

“কেব” বিৰোধী প্ৰকৃত প্ৰতিবাদকাৰীক বদনামী কৰাৰ লক্ষ্য একাংশ দুষ্কৃতিকাৰীৰ

“কেব” বিৰোধী আন্দোলনটোক বিপথে নিয়া আৰু বদনামী কৰাৰ উদ্দেশ্যে একাংশ দুষ্কৃতিকাৰী প্ৰতিবাদ কৰাৰ নামত নামি পৰিছে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্য্যকলাপত। এইসকল দুষ্কৃতিকাৰীয়ে…

কল্পজ্যোতি শইকীয়া · December 13, 2019 7:11 pm
অসম

গুৱাহাটীৰ পৰিস্থিতি সামান্য নিয়ন্ত্ৰণ : আন্দোলনৰ সুযোগ গ্ৰহণ একাংশ অসাধু ব্যৱসায়ীৰ

যোৱা সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বন্ধ আৰু ব্যাপক গণ আন্দোলনৰ পাছত আজি গুৱাহাটীৰ পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত…

কল্পজ্যোতি শইকীয়া · December 13, 2019 2:58 pm
অসম

জি এছ ৰ’ডত CRPF-ৰ গুলীচালনাত চহিদ হ’ল দীপাঞ্জল দাস

আজি কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ গুলীত জি এছ ৰ’ডৰ সমীপত থকা লাচিত নগৰৰ পেণ্টালুনৰ সন্মুখত “কেব”-বিৰোধী এজন প্ৰতিবাদকাৰী নিহত হৈছে। “মুখত ক’লা কাপোৰ…

কল্পজ্যোতি শইকীয়া · December 12, 2019 6:23 pm