NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

Popular Stories

‘মাজুলী গাভৰু’ বিতৰ্ক : অৱেশষত ক্ষমা খুজিলে কৰিঅ’গ্ৰাফাৰ অসীম গগৈয়ে

কন্ঠশিল্পী বাবুৰ কন্ঠ আৰু অভিনয়ৰে ‘মাজুলী গাভৰু’ শীৰ্ষক গীতটিক লৈ ছ’চিয়েল মেডিয়াত তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছিল। মাজুলী সত্ৰৰ সত্ৰাধিকাৰ সকলে এই গীতটোৰ…

কল্পজ্যোতি শইকীয়া · November 22, 2019 9:32 am
অসম

৭ ডিচেম্বৰত গুৱাহাটীত প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানাৰ সংগীতানুষ্ঠান

অহা ৭ ডিচেম্বৰ, ২০১৯ ৰ সন্ধিয়া সংগীতানুষ্ঠান পৰিবেশনৰ বাবে নিজৰ গৃহ ৰাজ্য অসমত উপস্থিত হ’ব হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট কণ্ঠশিল্পী পাৰবীন চুলতানা।…

কল্পজ্যোতি শইকীয়া · November 21, 2019 10:22 pm
অসম

আবেগ পৰিহাৰ কৰি বাস্তৱমুখী অগপ সভাপতি অতুল বৰা!

আবেগ পৰিহাৰ কৰি বাস্তৱমুখী হৈছে অগপ সভাপতি অতুল বৰা। অসম আন্দোলনৰ সময়ত সক্ৰিয় ভূমিকা লোৱা অগপ সভাপতি অতুল বৰাই সেই সময়ৰ নেতৃত্বৰ…

কল্পজ্যোতি শইকীয়া · November 21, 2019 8:07 pm
অসম

বিজেপি নেতাৰ ইছলাম-কুৰআনৰ “কলংক’’ৰ প্ৰত্যুত্তৰত প্ৰকাশ “ভ্ৰান্তি ভংগ”

বিজেপি নেতা সত্য ৰঞ্জন বৰাৰ বিতৰ্কিত “ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ”ৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে প্ৰকাশ পাইছে “ভ্ৰান্তি ভংগ” শীৰ্ষক এক গ্ৰন্থ। হাফিজ মৌলানা…

কল্পজ্যোতি শইকীয়া · November 21, 2019 5:49 pm
Popular Stories

ভূমিষ্ঠ হ’ল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ পৰিষদ’

গঠন হ’ল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ পৰিষদ’। বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ বহুকেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আনুষ্ঠানিকভাৱে ছাত্ৰ সংগঠনটোৰ আত্ম…

কল্পজ্যোতি শইকীয়া · November 21, 2019 3:07 pm
Popular Stories

সাংবাদিকৰ বাদে কোনো মানুহে কেবৰ প্ৰসংগ নানে : হিমন্ত বিশ্ব শৰ্মা

সাংবাদিকৰ বাদে কোনো মানুহেই উত্থাপন নকৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। বুধবাৰে জনতা ভৱনত বিধেয়কখনক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত মন্ত্ৰী হিমন্তই এইদৰে…

কল্পজ্যোতি শইকীয়া · November 21, 2019 8:39 am
অসম

ৰাজ্যিক বিজেপিৰ অত্যাধুনিক ছয় মহলীয়া বিলাসী ব্যয়বহুল কাৰ্য্যালয়ৰ নিৰ্মাণকাৰ্য্য আৰম্ভ

বান-গৰাখহনীয়া, নিৱনুৱাকে ধৰি অন্য বহু সমস্যাই বছৰ বছৰ ধৰি অসমৰ জনসাধাৰণক জুৰুলা কৰি থকাৰ সময়ত অসম ৰাজ্যিক বিজেপিৰ বিলাসী মুখ্য কাৰ্য্যালয়ৰ আৰ্হি প্ৰকাশ পাইছে। বুধবাৰে গুৱাহাটীৰ…

কল্পজ্যোতি শইকীয়া · November 20, 2019 10:23 pm
অসম

অসমৰ ফেৰী-জাহাজ সেৱাত “সৰ্বাত্মক বন্ধ”

সদৌ অসম অভ্যন্তৰীণ জল পৰিবহণ শ্ৰমিক সংঘই অহা ২৮ নৱেম্বৰৰ পৰা ৪৮ ঘণ্টাৰ বাবে  ফেৰী-জাহাজ সেৱাত “সৰ্বাত্মক বন্ধ” ঘোষণা কৰিছে। সেইদিনা পুৱা…

কল্পজ্যোতি শইকীয়া · November 20, 2019 10:18 pm
Popular Stories

অৰুন্ধতী স্বৰ্ণ আঁচনিত অনুমোদন কেবিনেটৰ; কইনাৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব

অসম কেবিনেটে অৰুন্ধতী স্বৰ্ণ আঁচনি অনুমোদন জনাইছে। আজি এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়। তেওঁ কয়,…

কল্পজ্যোতি শইকীয়া · November 20, 2019 2:40 pm
অসম

প্ৰাপ্যৰ দাবীত জনতা ভৱন ঘেৰাও কৰিবলৈ অহা শতাধিক ৰান্ধনীক খানাপাৰাত আবদ্ধ

NGOক খাদ্য বিতৰণৰ বিৰোধিতা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই আজি হাতত লোৱা জনতা ভৱন ঘেৰাও কাৰ্যসূচী বিফল হয়। দিচপুৰৰ জনতা…

কল্পজ্যোতি শইকীয়া · November 20, 2019 11:19 am