Author: কল্পজ্যোতি শইকীয়া, গুৱাহাটী
আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,বিচাৰিব লাগিব জামিন
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আদালতত হাজিৰ হ’ব লাগিব! আদালতত হাজিৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জামিন বিচাৰিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে…
মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড,মাছ কটা দাৰে ডিঙি ৰেপি হত্যা এজনক
সাতগাওঁৰ আমবাৰীত ঘটিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। দিন দুপৰতে মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানক । মৃত লোকজন…
অসমৰ ঠাইৰ নাম সলনিৰ সিদ্ধান্ত; যোগীক দেখি উঠিল গা শৰ্মাই বোলে মোকো চা!
চৰকাৰে গ্ৰহণ কৰিছে ঠাই-গাঁও-নগৰৰ নাম সলনিৰ সিদ্ধান্ত। নাম সলনি কৰিবৰ বাবে পৰ্টেলো মুকলি কৰিব হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে। কালাপাহাৰ, কুকুৰমুটা, চাৰাবভাটি ইত্যাদি…
পল্টন বজাৰ ৰে’ল ষ্টেছনত উঠিল টকাৰ উজান
ৰেল’ৱে আৰক্ষীৰ অভিযানত জব্দ ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা। ৰেল’ৱে আৰক্ষীৰ অভিযানত পুৱা জব্দ হৈছিল টকাখিনি । তিনিজন যুৱকে…
নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ?
কোকেইনসহ গ্ৰেপ্তাৰ হোৱা দুই নাইজেৰিয়ান সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আটক কৰিলে আন এজনক আৰু সোধা পোছাৰ বাবে…
মহানগৰীৰ স্পা পাৰ্লাৰত GMCৰ অভিযান; সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী
মহানগৰীৰ এ বি চিত থকা The Sharon Unique স্পা পাৰ্লাৰত সোমবাৰে জিএমচিয়ে এক আকস্মিক অভিযান চলায়। অভিযান কালত বহু আপত্তিজনক সা-সামগ্ৰীৰ লগতে…
মুখ্যমন্ত্ৰী মহোদয়; উত্তৰাখণ্ডত গৈ কাৰোবাৰ পিতৃৰ পৰিচয় বিচৰাটো অসমৰ কেনেকুৱা সভ্যতা-সংস্কৃতি?
মুখ্যমন্ত্ৰী মহোদয় সমীপেষু; এয়া কেনে সভ্যতা ৰক্ষাৰ যুঁজ? ৰাহুল গান্ধীৰ বিৰুদ্ধে অশালীন মন্তব্যৰে এয়া কেনেধৰণৰ সংস্কৃতি ৰক্ষাৰ যুঁজ? সভ্যতা যুঁজৰ ৰণত পৰিল…
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত এজাহাৰ দাখিল
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। মহাৰাষ্ট্ৰত দাখিল কৰা হৈছে এই এজাহাৰ।NSUI ৰ ৰাষ্ট্ৰীয় সভাপতি ৰোচন লাল বিত্তুৱে দাখিল কৰিছে…
জনতা ভৱনত বাবা ৰামদেব; লক্ষ্য সাম্ৰাজ্য বিস্তাৰ
শনিবাৰে হঠাৎ জনতা ভৱনত উপস্থিত হয় যোগগুৰু তথা পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেব। অৱশ্যে সংবাদ মাধ্যমত জনোৱাৰ পৰা বিৰত আছিল বাবা ৰামদেৱ অসমত…
অসমৰ ৰে’লপথৰ পৰা গোপনে বাতিল কৰা হ’ল ১২খন ট্ৰেইন! দাবী অসম ৰে’ল যাত্ৰী সন্থাৰ
লকডাউনৰ গইনা লৈ অসমৰ ৰেলপথৰ পৰা গোপনে বাতিল কৰা হ’ল ১২খন ট্ৰেইন। এই দাবী কৰিছে অসম ৰে’ল যাত্ৰী সন্থাই। এক প্ৰেছ বিজ্ঞপ্তিৰ…