Author: কল্পজোতি শইকীয়া, গুৱাহাটী
কিমান স্পীডত গাড়ী চলাব আপুনি? কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ কেবিনেটত আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুৰ্ঘটনা ৰোধৰ বাবে কোন পথত কিমান গতিবেগ ৰাখিব সেই সন্দৰ্ভত বাহনৰ স্পীড…
মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অপহৰণ অসমৰ FCIৰ ট্ৰাক চালকক
মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অপহৰণ কৰা হৈছে অসমৰ FCI ৰ ট্ৰাক চালকক। NSCN(K) য়ে অপহৰণ কৰি নিয়াৰ সন্দেহ কৰা হৈছে। অপহৃত গাড়ীচালক…
অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুটি নতুন অতিথি; জন্ম পালে দুটাকৈ ঢেকীয়াপতীয়াৰ পোৱালী
অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুটি নতুন অতিথি। জন্ম পালে দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ পোৱালী। কাজী নামৰ বাঘজনীয়ে জন্ম দিয়ে পোৱালী দুটা। ইয়াৰ পাছতে…
ফাঁচীবজাৰৰ ব্যৱসায়ীৰ পৰা কোনে তোলে “চান্দা”? মুখ্যমন্ত্ৰীয়ে নিজেই উদঙালে বিজেপিৰ স্বৰূপ
ফাঁচিবজাৰত চান্দা তোলাৰ বাবে বাঢ়িছে বস্তুৰ দাম! নিজৰ কথাৰেই বিজেপিৰ স্বৰূপ উদঙালে মুখ্যমন্ত্ৰীয়ে। যধে মধে চান্দা তোলা সংস্কৃতি বন্ধ হ’ব লাগে। সেয়া…
মহানগৰীত মৃত্যুৰ সৈতে যুঁজিছে অগ্নিদগ্ধ বোৱাৰীয়ে,স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ
খ্ৰীষ্টানবস্তিৰ নিজ বাসগৃহত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ নিকিতা আগৰৱালা খেমকা নামৰ এগৰাকী বোৱাৰী। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা। দীৰ্ঘদিন ধৰি স্বামী-স্বামী পৰিয়ালে…
উফৰি গ’ল কোভিড বিধি! মাজনিশা মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা দিবলৈ অনুৰাগীৰ হেতা-ওপৰা
৫৩ বছৰ সম্পুৰ্ণ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। নিশাই কেক কাটি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন। কোভিড পৰিস্থিতিৰ মাজতো…
মহানগৰীৰ মাজমজিয়াৰ মেঘদূত ভৱনত সংঘটিত চুৰিকাণ্ডক লৈ চাঞ্চল্য
নিশা মহানগৰীৰ মাজমজিয়াৰ মেঘদূত ভৱনত সংঘটিত হোৱা চুৰিকাণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নিশা কাম কাম চলি থকাৰ পাছতো পাঁচ মহলালৈকে…
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব, কেবিনেটৰ সিদ্ধান্ত
আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনটেৰ গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ…
আৰক্ষীয়ে নহয়; গুৱাহাটীত ড্ৰাগছ আসক্ত মহাবিদ্যালয়ৰ ছাত্ৰক হাতে-লুটে ধৰিলে ৰাইজে
এইবাৰ আৰক্ষী নহয়; সাধাৰণ ৰাইজৰ কৱলত ড্ৰাগছ আসক্ত যুৱক। বৰবিহ ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে হাতে লুটে ধৰিলে স্থানীয় ৰাইজে। মহানগৰীৰ হেদায়েতপুৰৰ…
আদালতে জামিন নাকচ কৰিলে উদ্ভাৱক উদ্ধব ভৰালীৰ; ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিলে কিশোৰীক যৌন নিৰ্যাতনত অভিযুক্ত উদ্ভাৱক উদ্ধৱ ভৰালীৰ। তাৰ পাছতে লখিমপুৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আত্মসমৰ্পণ…