NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

কাৰ্য্যনিৰ্বাহক বৈঠক আধাতে এৰা মহন্তই ক’লে, “অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব”

অগপৰ মুখ্য কাৰ্য্যালয়ত চলি থকা বৰ্ধিত কাৰ্য্যনিৰ্বাহক আজি উপস্থিত হয় কালি বিধায়িনী দলৰ বৈঠকত অনুপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত। দুঘণ্টা ধৰি কাৰ্য্যনিৰ্বাহক চলাৰ…

কল্পজ্যোতি শইকীয়া · May 14, 2019 4:30 pm
অসম

“মই এতিয়া বহুত সুখী যে মোৰ ছাত্ৰ এতিয়া ইমান ডাঙৰ পদত আছে”, বৃদ্ধাৱাসত থকা এগৰাকী আইতা

বৰ্তমান গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত মাদাৰ্ছ অ’ল্ড এইজ হ’মত জীৱন পাৰ কৰা এগৰাকী স্বামীহীনা, সন্তানহীনা বৃদ্ধাই আজি গৰ্ব প্ৰকাশ কৰিলে এচমকা অতীতক সুঁৱৰি।…

কল্পজ্যোতি শইকীয়া · May 12, 2019 10:18 pm
অসম

হাইলাকান্দিৰ সংঘৰ্ষত হিন্দু-মুছলমান মৌলবাদী আৰু চৰকাৰৰ হাত ।।Video।।

হাইলাকান্দিৰ শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষত চৰকাৰৰ পৃষ্ঠপোষকতা আৰু হিন্দু-মুছলমান উভয় ধৰ্মৰ মৌলবাদীৰ হাত আছে, দাবী অখিল গগৈৰ। শাসক বিজেপিয়ে দেশজুৰি “সৃষ্টি” কৰিব বিচৰা…

কল্পজ্যোতি শইকীয়া · May 12, 2019 7:40 pm
অসম

বন্দী বিদেশী মুকলিৰ বিৰোধিতা কৃষক মুক্তিৰ, চৰকাৰক সমালোচনা

অসমৰ ডিটেনশ্যন কেম্পত বন্দী বিদেশীক কোনো কাৰণতে মুকলিৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া “চৰ্তসাপেক্ষ” বন্দীমুক্তিৰ নিৰ্দেশৰ বাবে সোণোৱাল…

কল্পজ্যোতি শইকীয়া · May 12, 2019 6:21 pm
অসম

লোকসভা নির্বাচনৰ ফলাফল ঘোষণাৰ দিনাখনেই প্ৰতিষ্ঠা কৰা হ’ব উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই প্ৰতিষ্ঠা কৰিব উগ্রতাৰা দেৱালয়ৰ বিগ্রহ। অহা ২৩ মে’ ৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে প্ৰতিষ্ঠা কৰিব দেৱীৰ দুয়োটা মূৰ্ত্তি। উগ্রতাৰা…

কল্পজ্যোতি শইকীয়া · May 12, 2019 2:26 pm
অসম

দীপৰ বিলত ডাঠ মেটেকাত আবদ্ধ হাতী পোৱালিটোক অক্ষত অৱস্থাত উদ্ধাৰ

দীপৰ বিলত কালিৰ পৰা ডাঠ মেটেকাৰ মাজত আবদ্ধ হৈ থকা হাতী পোৱালিটো অৱশেষত কোনো হানি-বিঘিনি নোহোৱাকৈ উদ্ধাৰ কৰা হৈছে। কালিৰ পৰা চলি…

কল্পজ্যোতি শইকীয়া · May 11, 2019 7:05 pm
অসম

“প্ৰতিটো নিৰ্বাচনৰ আগত মিত্ৰতাৰ নামত কোটি টকাৰ বেপাৰ কৰে অগপৰ নেতৃত্বই”

অগপ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ অব্যাহত আছে ইজনৰ পিছত সিজন সতীৰ্থৰ। বিজেপিৰ সৈতে মিত্ৰতাৰ নামত দলক ব্যৱহাৰ কৰি নেতৃত্বই কোটি টকাৰ বেপাৰ কৰা…

কল্পজ্যোতি শইকীয়া · May 10, 2019 10:21 pm
অসম

২৩ মে’ৰ পিছত আমবাৰীত তলা ওলমাবলৈ সাজু হৈ আছে ভালেমান নেতা-কৰ্মী

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তক বিজেপিত যোগদান কৰি সম্পূৰ্ণ গেৰুৱা হৈ ল’বলৈ আজি আহ্বান জনালে দলটোৰ…

কল্পজ্যোতি শইকীয়া · May 10, 2019 6:29 pm
অসম

ৰাজ্যসভাত নাপায় এখনো আসন : যুদ্ধক্ষেত্ৰত নমাৰ পূৰ্বে আত্মসমৰ্পণ কংগ্ৰেছৰ

অহা ১৪ জুনত উকলিব ৰাজ্যসভালৈ অসমৰ পৰা নিৰ্বাচিত হোৱা দুগৰাকী প্ৰাৰ্থীৰ কাৰ্য্যকাল। উক্ত দিনটোত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ…

কল্পজ্যোতি শইকীয়া · May 9, 2019 9:25 pm
অসম

আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হৈছে এন আৰ চি : তৰুণ গগৈ

“বিজেপিয়ে বিদেশী মুক্ত এন আৰ চি প্রস্তুতত যিমান গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব দিয়া নাই। এন আৰ চি আৰ এছ এছৰ নিৰ্দেশত…

কল্পজ্যোতি শইকীয়া · May 9, 2019 3:08 pm