Author: কল্পজ্যোতি শইকীয়া
হিমন্ত বিশ্বৰ কথা ‘অৰ্থহীন’, নাজানে অসমৰ ইতিহাস: মৃণাল হাজৰিকা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নাজানে’ অসমৰ ইতিহাস। আলফাক লৈ বুধবাৰে শৰ্মাৰ মন্তব্যৰ পিছতে মন্ত্ৰীজন সন্দৰ্ভত এইদৰে কৈছে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই।…
পৰেশ বৰুৱা-গান্ধী পৰিয়াল, আলফা-হিজবুল-আল কাইদা সন্দৰ্ভত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্বৰ
পৰেশ বৰুৱাৰ ভতিজাককে ধৰি বহু যুৱক-যুৱতী আলফা (স্বাঃ)মুখী হোৱাৰ চৰ্চাৰ মাজতে ই কোনো ‘বাতৰি নহয়’ বুলি মন্তব্য কৰাৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত…
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি; মোদীৰ নেতৃত্বত জনগণে গণতান্ত্ৰিক মূল্যবোধৰ পৰিৱেশ পাইছে বুলি দাবী সোণোৱালৰ
আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ উন্মোচন কৰা হয়। নিৰ্বাচনী ইস্তাহাৰ উন্মোচনী সভাত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,…
ৰেৱতী ফুকনৰ ‘মৃত্যু’: কি মন্তব্য পুত্ৰ কৌশিকৰ?
আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য বন্ধু তথা আলফাৰ সৈতে ভাৰত চৰকাৰৰ আলোচনাৰ উদ্যোগ লোৱা ৰেৱতী ফুকনৰ ‘মৃত্যু হৈছে’ বুলি অসমৰ…
বদৰুদ্দিন আজমলৰ নতুন সংস্কৰণ অখিল গগৈ : অখিলক পুনৰ আক্ৰমণ বিজেপিৰ মুমিনুলৰ
‘’বদৰুদ্দিন আজমলৰ নতুন সংস্কৰণ হিচাপে প্ৰতিষ্ঠা হৈছে অখিল গগৈ’’- অখিলক ব্যক্তিগতভাৱে আক্ৰমণ কৰি এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালৰ। উল্লেখযোগ্য যে,…
বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নামত ডেকা ল’ৰাবিলাক সন্ত্ৰাসবাদলৈ গৈছে : তৰুণ গগৈ
‘পৰিৱৰ্তন কি হৈছে? পৰিৱৰ্তনৰ নামত ডেকা ল’ৰাবিলাক সন্ত্ৰাসবাদলৈ ঘুৰি গৈছে।‘ এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম…
বিজেপিৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান
ৰাজ্যত বিজেপিয়ে শাসনৰ গাদীত থকা সত্ত্বেও দলটোৰ এজন প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাই আজি কংগ্ৰেছ দলত যোগদান কৰে। ২০০৬ চনত ৰঙাপৰা সমষ্টিৰ পৰা…
চৰকাৰৰ মুখলৈ চাই ধৈৰ্য্যৰ সীমা পাৰ হৈ গ’ল, ৰাম মন্দিৰ হ’বই লাগিব : বিশ্ব হিন্দু পৰিষদৰ অসমৰ নেতৃত্ব
গোড়া হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদে এইবাৰ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। “ধৈৰ্য্যৰ সীমা চেৰাই গৈছে, যিকোনো প্ৰকাৰে…
বড়োসকলৰ সংগ্ৰামক সন্মান কৰো, আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰো: কৃষক মুক্তি
বি টি এ দিৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োসকলৰ সংগ্ৰামৰ লগতে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে কৃষক…
সোমে-মঙলে অসম বন্ধ হ’ব নে? নতুন স্পষ্টীকৰণ কোচ ৰাজবংশী সন্মিলনীৰ
আৰক্ষীৰ অনুৰোধ প্ৰত্যাখ্যান কৰি অহা ১৯, ২০ নৱেম্বৰত দিয়া অসম বন্ধৰ আহ্বান বাহাল ৰাখিছে কোচ ৰাজবংশী সংগঠনসমূহে। নৰ্থ ইষ্ট নাও-ত দেওবাৰে এই…