Author: কল্পজ্যোতি শইকীয়া
মুখ্যমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলাই আজমলৰ প্ৰশ্ন ‘এই কামটো আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল?
মাৰাত্মক ড্ৰাগছ আৰু গৰু চিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে ব্যাপক অভিযান। মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা এই…
ভোটৰ আশাত দিয়া প্ৰতিশ্ৰুতিৰ পাছত নিজেই নিজে পতা জালত বন্দী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা: ৰিপুন বৰা
মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত নিৰ্বাচনৰ পূৰ্বে ভোটৰ আশাত দিয়া প্ৰতিশ্ৰুতিৰ পাছত নিজেই নিজে পতা জালত বন্দী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা।…
বহু দিনৰ বিৰতিৰ মূৰত সোমবাৰৰ পৰা ৰাজ্যৰ এইসকল কৰ্মচাৰী আহিব লাগিব কাৰ্য্যালয়লৈ
ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি কিছুসংখ্যক চৰকাৰী কৰ্মচাৰী কাইলৈৰ পৰা নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কাৰ্যালয়ত। এই নিৰ্দেশনা জাৰি…
মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয়; মুছলমানৰ প্ৰব্রজনৰ বাবেহে হৈছে জনসংখ্যা বিস্ফোৰণ : উপমন্যু হাজৰিকা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য দিছিল যে প্ৰব্ৰজনকাৰী মুছলমান সকলে অনিয়ন্ত্ৰিতভাৱে সন্তান জন্ম দিয়াই হৈছে জনসংখ্যা বিস্ফোৰণ মূল কাৰণ, যাৰ কাৰণে…
বিজেপি দলৰ ৬১ মাহৰ চৰকাৰৰ কাম-কাজ সন্তোষজনক নহয়!: দেৱব্ৰত শইকীয়া
বিজেপি নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰ খনে এমাহ পাৰ কৰিলে। এই কালছোৱাত, সামগ্ৰীক ভাবে সকলো ক্ষেত্ৰতে মূল্যাংকন কৰাটো অনুচিত হ’ব,…
এমহীয়া চৰকাৰৰ হাতত নাই ধন; পণ কৰিও পুঁজিৰ অভাৱত ৰাইজৰ ধনেৰেই দুৰ্গতৰ কল্যাণ
অসমীয়াত এষাৰ কথা আছে ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন।‘ বাতৰিটোৰ আৰম্ভণিতে আমি এটা কথা পাঠক ৰাইজৰ জ্ঞাতাৰ্থে জনাই লৈছো যে আমি…
কোভিড কালত অনাথ হোৱা শিশু-বিধৱা মহিলাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰাইজে আগবঢ়োৱা ধন
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ইতিমধ্যে অসমবাসী ৰাইজে আগবঢ়োৱা ধন চৰকাৰে খৰচ কৰিবলৈ আৰম্ভ কৰিছে। আজি সংবাদমেলযোগে এইকথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ…
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো নিযুক্তি ঘোষণা, অসম আৰক্ষীত দিয়া হ’ব নিযুক্তি
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো নিযুক্তি ঘোষণা । অসম আৰক্ষীত দিয়া হ’ব নিযুক্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই…
চমকলগা আঁচনি আৰু প্ৰদৰ্শনকামিতাৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে গুণগত শিক্ষা প্ৰদানত গুৰুত্ব দিয়ক – ঋতুপৰ্ণ কোঁৱৰ
যোৱাকেইদিন মানত প্ৰকাশ পোৱা NITI আয়োগৰ ২০২০-২১ বৰ্ষৰ(SDG India) বহনক্ষম উন্নয়নৰ তালিকাত গুণগত শিক্ষা প্ৰাপ্তিৰ ক্ষেত্রত সৰ্বভাৰতীয় পৰ্য্যায়ত অসমৰ শিক্ষাখণ্ডৰ স্হান তলৰ…
ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কি কি সিদ্ধান্ত ল’লে চৰকাৰে?
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ বৈঠকৰ অন্তত…