Author: কল্পজ্যোতি শইকীয়া
বিজেপিৰ ডিজিটেল প্ৰচাৰৰ ধুমুহা; ৰাইজৰ ধন শৰাধ,পৰি ৰ’ল বহু প্ৰতিশ্ৰুতি
বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে হাইভল্টেজ ডিজিটেল কেম্পেইন কিন্তু বহু পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণত একেবাৰে ব্যৰ্থ বিজেপি চৰকাৰ! তথাপি বিজেপিয়ে বিভিন্ন পন্থা অৱলম্বন কৰি…
‘অসমত চৰকাৰ নহয়, ছিণ্ডিকেট চলায় সোণোৱাল চৰকাৰে’ : ভূপেশ বাঘেল
অসমত চৰকাৰৰ সলনি ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে চট্টিশগৰৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। বৃহস্পতিবাৰে হোটেল পেলেচিওত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ…
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীয়ৰীৰ সৈতে ফটোৰ বিকৃত ৰূপ দি গ্ৰেপ্তাৰ হোৱা ৱেবপৰ্টেলৰ সাংবাদিকক আৰক্ষীৰ জিম্মালৈ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত সামাজিক মাধ্যমত প্ৰকাশ কৰি আৰক্ষীৰ জালত পৰিছে প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব…
বিজেপিৰ ‘হাগ্ৰামা বধ’ৰ অভিযান! : টোপ গিলি গেৰুৱা হ’বলৈ সাজু বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ম!
বিটিচিৰ পৰিষদীয় নিৰ্বাচনতে বিপিএফৰ লগত মিত্ৰতা ছেদ কৰি এতিয়া ‘হাগ্ৰামা বধ’ অভিযানত উঠি পৰি লাগিছে বিজেপি। বিজেপিৰ গাত পূৰ্বৰে পৰা এটা চেকা…
Attention! : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ “ৰাম ঠগন” কৌতুক অভিনেতা টিংটঙক
Attention স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়! আপুনি চিনি পাইনে প্ৰতিবন্ধী ‘কৌতুক অভিনেতা টিংটং ওৰফে চামচুল আলীক আজি ৰুগীয়া’ক। এসময়ত বিভিন্ন চুটি ছবি,…
কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত! এইবাৰ জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে অসমত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সঘনাই সোঁত ব’বলৈ আৰম্ভ কৰিছে। এইবাৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ অসমত উপস্থিত হৈছেহি।…
কংগ্ৰেছৰ যুৱৰাজৰ অসম আগমণক কেন্দ্ৰ কৰি শংকিত নেকি মন্ত্ৰী হিমন্ত বিশ্ব শর্মা?
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ অসম আগমণক কেন্দ্ৰ কৰি শংকিত হৈছে নেকি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা? কিয়নো শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত ৰাহুল গান্ধীৰ…
নিৰ্বাচনত বৃহৎ বাইকৰেলী, ঘটিব সুৰাৰ পয়োভৰ! : সেয়েহে কমিল নেকি পেট্ৰ’ল-ডিজেল-সুৰাৰ মূল্য?
সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচন। এটা মাত্ৰ মাহৰ পাছতে অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। শাসনলৈ অহাৰ পূৰ্বে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল ডিজেলৰ…
অখিল গগৈলৈ কি কি প্ৰলোভন বিজেপি চৰকাৰৰ? ক’লে ৰাইজৰ দলে
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ কৰাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাইজৰ কাৰ্য্যকৰী সভাপতি…
বাটবোৰ এতিয়া বন্ধ হৈ আহিছে : অখিলৰ পত্নী গীতাশ্রী
আজি উচ্চতম ন্যায়ালয়ে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ কৰাৰ পাছতে যেন ভাঙি পৰিছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী।…