Author: কল্পজোতি শইকীয়া, গুৱাহাটী
Misuse of funds: ৰাজ ভঁড়াল উদং! পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ এবছৰীয়া হেলিকপ্তাৰ বিলাসিতাৰ ছবি
Misuse of funds এফালে ৰাজকোষ উদং, আনফালে মুখ্যমন্ত্ৰী-মন্ত্ৰী-নেতাৰ হেলিকপ্তাৰত ভ্ৰমণৰ নামত বিলাসিতা। ফাদিল হৈছে ২০২১-২২ বৰ্ষত মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে হেলিকপ্তাৰত ভ্ৰমণ কৰা ব্যয়ৰ পৰিমাণ।…
উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জোখ-মাপ নিয়ন্ত্ৰক: গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই
জোখ মাপ কৰি নহয়; উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জোখ মাপৰ নিয়ন্ত্ৰক। উৎকোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হৈছে নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য। বিয়লি…
মুকলি আকাশৰ তললৈ বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভা
অৱশেষত জামিন লাভ কৰি আজি মুকলি আকাশৰ তললৈ আহিল বিতৰ্কিত আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভা। গ্ৰেপ্তাৰ হোৱাৰ পৰা এমাহ চাৰি দিন কাৰাগাৰত…
কোৰবানি ঈদত গো-হত্যাত নিষেধাজ্ঞা ৰাজ্য চৰকাৰৰ
কোৰবানি ঈদক লৈ কঠোৰ নিৰ্দেশনা আগবঢ়াইছে ৰাজ্য চৰকাৰে। আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে ঈদত গো হত্যাত নিষেধাজ্ঞা জাৰি কৰিছে। অবৈধভাৱে জীৱ-জন্তুৰ…
শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!
শিলসাঁকোত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি দিনৰ ভাগত কিছুসময়ৰ বাবে শিলসাঁকোত চলিল এই উচ্ছেদ অভিযান। শিলসাঁকোৰ পাৰৰ সাতগাঁওৰ দলবাৰীত কেইবাটাও বাসগৃহ…
গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ
প্ৰতিবন্ধীৰ বাবে অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰিক্ষাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকা আঁসোৱাহপূৰ্ণ বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা,…
Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?
পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি গুৱাহাটীৰ পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ মুখ্য কাৰ্যালয়ত চাডেন ভিজিট দিয়ে । পৰিদৰ্শন কালত কাৰ্যালয়টোৰ কেইবাখনো টেবুলত…
“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা
কালি ৰাজ্যিক কেবিনেটে ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ দিলীপ…
ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। আজি ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই…
ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট
সমগ্ৰ ৰাজ্যতে খলকনি তোলা নগাঁৱৰ কীৰ্তিকমল বৰা নামৰ যুৱকজনক নগাঁও আৰক্ষীয়ে কৰা এনকাউণ্টাৰ আছিল এক ভুৱা এনকাউণ্টাৰ৷ আজি CID- এ আদালতত দাখিল…