Author: কল্পজ্যোতি শইকীয়া
SI কেলেংকাৰীৰ অভিযুক্ত বিজেপি নেতা দিবন ডেকাক ৫ দিনৰ বাবে অপৰাধ শাখাৰ জিম্মালৈ
কামৰূপ মহানগৰ CJM আদালতত হাজিৰ কৰোৱা হ’ল SI কেলেংকাৰীৰ অভিযুক্ত বিজেপি নেতা দিবন ডেকা। আৰক্ষীৰ অপৰাধ শাখাই আদালতত ৭ দিনৰ বাবে জিম্মাত…
আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ বিজেপি নেতা দিবন ডেকা
গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা দিবন ডেকা। বিজেপি নেতা গৰাকীক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ কাহিলিপাৰাস্থিত…
আত্মসমৰ্পণৰ বাবে আহি আছে অভিযুক্ত বিজেপি নেতা দিবন ডেকা
অসম আৰক্ষীৰ SI নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলত অভিযুক্ত বিজেপি নেতা দিবন ডেকা আত্মসমৰ্পণ কৰাৰ বাবে গুৱাহাটী অভিমুখে আহি আছে। পত্নীৰ সৈতে গুৱাহাটীলৈ ইতিমধ্যে…
ন্যায্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত সংবাদকৰ্মী সন্থাৰ প্ৰতিবাদ
বুধবাৰে গুৱাহাটীৰ ভি.আই.পি. ৰোডস্থিত চচলত ন্যায্য প্ৰাপ্তিৰ দাবীৰে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংবাদকৰ্মী সন্থাই। বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত প্ৰায়…
দিবন ডেকা ডাঙৰ মাছ নহয়, গুৱাহাটীতে নিশ্চিন্তে ঘুৰি আছে SI কেলেংকাৰীৰ ৰৌ-বৰালী : আৰ.পি. শৰ্মাৰ বিস্ফোৰণ
ৰাজ্যত এতিয়া SI পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে এই কেলেংকাৰীক লৈ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি…
এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ; আটক হ’ল ৰিপুন বৰা, ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা
এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আটক হ’বলগীয়া হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন…
সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশনাই শংকিত কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকক
যোৱা ২৪/০৯/২০২০ তাৰিখে সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ স্বাক্ষৰিত নিৰ্দেশনাৰে সৰ্বশিক্ষাৰ অধীনৰ টেট্ উত্তীৰ্ণ শিক্ষক সকলক চুক্তি পত্ৰত অহা ২০ অক্টোবৰৰ ভিতৰত স্বাক্ষৰ…
এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; ৩০ নৱেম্বৰৰ ভিতৰত হ’ব নিযুক্তি
এছ আইৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অতদিনে নিশ্চুপ হৈ থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে। হিমন্ত বিশ্ব শৰ্মাই এছ…
পলাতক পি কে দত্ত, দিবন ডেকাৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ A to Z
অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত, ADGP জি পি সিং, CIDৰ IGP সুৰিন্দৰ সিং আৰু…
কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
কৃষি আইন ২০২০ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতে এই কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে আজি কান্ধত নাঙল-যুঁৱলী লৈ প্ৰতিবাদ…