NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

BTAD হ’ল BTR; ইচ্ছা অনুসৰি অবড়ো গাওঁ বাহিৰলৈ আৰু বড়ো গাওঁ অন্তৰ্ভুক্ত হ’ব পাৰিব

এতিয়াৰে পৰা BTADৰ নতুন নাম হ’ব BTR। ৰাজ্যপাল জগদীশ মুখীয়ে অনুমোদন জনোৱাৰ পাছতেই বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’নলৈ পৰিৱৰ্তিত হ’ল BTAD। জনতা ভৱনত সম্বোধন…

কল্পজ্যোতি শইকীয়া · September 25, 2020 5:20 pm
অসম

কাইলৈ কামৰূপ মেট্ৰ’ত ড্ৰাই ডে ঘোষণা

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে ঘোষণা কৰিছে এই ড্ৰাই ডে। কাইলৈ দিনটোত কামৰূপ…

কল্পজ্যোতি শইকীয়া · September 25, 2020 3:14 pm
অসম

নিৰ্বাচন সমাগত! আঁচনিৰ লগতে চাহ শ্ৰমিক আৰু আৰক্ষী কনিষ্টবলৰ বাবে সু-খবৰ দিলে মন্ত্ৰী হিমন্তই

সমাগত বিধানসভাৰ নিৰ্বাচন। সেয়েহে আঁচনিৰ জোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিও চাহ বাগিচাৰ শ্ৰমিক আৰু আৰক্ষী কনিষ্টবলৰ কল্যাণৰ বাবে…

কল্পজ্যোতি শইকীয়া · September 25, 2020 1:49 pm
অসম

কোভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্তৰ

ৰাজ্যত অপ্ৰতিৰোধ্য কৰ’নাৰ সংক্ৰমণ। তাৰ মাজতে কোৱাৰেন্টাইনৰ নিয়মক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ সংবাদমেলত…

কল্পজ্যোতি শইকীয়া · September 25, 2020 12:24 pm
অসম

SI ৰ প্ৰশ্নকাকত ফাদিল: বিজেপিৰ নেতা – কাৰ্যকৰ্তাক প্ৰথমে গ্ৰেপ্তাৰ কৰক

যোৱা ২১ ছেপ্তেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল এই…

কল্পজ্যোতি শইকীয়া · September 24, 2020 4:39 pm
অসম

‘কৃষি আইন ২০২০’ গৃহীত হোৱাৰ পাছতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ অভিনৱ প্ৰতিবাদ

যোৱা ২১ ছেপ্তেম্বৰত সংসদত ‘কৃষি আইন ২০২০’ গৃহীত হোৱাৰ পাছতেই তিনিখন আৰু কৃষি আইন গৃহীত হোৱাৰ পূৰ্বে অৰ্থাৎ উত্থাপন হোৱাৰ দিনা ২০…

কল্পজ্যোতি শইকীয়া · September 23, 2020 8:59 pm
অভিমত

ফেচবুকত কিয় হঠাৎ আবিৰ্ভাৱ #couplechallenge আৰু #SingleChallenge? ৰ

কালিৰে পৰা হঠাৎ ফেচবুকত আবিৰ্ভাৱ হৈছে দুটা হেজটেগ। যিসকল পত্নী-স্বামী বা প্ৰেয়সী-প্ৰেমিক সেইসকলে যুগ্ম ফটো আপলোড কৰি লিখিছে #couplechallenge । কিছুমানে ৰাজনৈতিক…

কল্পজ্যোতি শইকীয়া · September 23, 2020 7:04 pm
অসম

SI ৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত বিজেপি নেতাক CID ৰ জেৰা!

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে  অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্ত বিজেপি নেতাক জেৰা চলোৱা হৈছে। চি আই ডিয়ে জেৰা কৰিছে দিবন…

কল্পজ্যোতি শইকীয়া · September 23, 2020 4:56 pm
অসম

গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন; ৩০ চেপ্তেম্বৰত অংকুৰিত হ’ব ৭০ টা সংগঠনৰ ৰাজনৈতিক দল

মঙলবাৰে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত নতুন ৰাজনৈতিক দল গঠনক কেন্দ্ৰ কৰি ৭০ টা সংগঠনৰ নেতৃত্বৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক…

কল্পজ্যোতি শইকীয়া · September 22, 2020 7:11 pm
অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, গুৱাহাটীত কৃত্ৰিম বানপানী নাইকিয়া হ’ৱ কেতিয়া?

কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ হাতীগাঁও, ডাউন টাউন, ৰুক্মিনীগাঁও, চুপাৰমাৰ্কেট, জু-ৰোড, চান্দমাৰী, অনিলনগৰ নবীননগৰকে ধৰি বহু অঞ্চল। বাৰিষাৰ কৃত্ৰিম বানপানীয়ে জুৰুলা কৰা…

কল্পজ্যোতি শইকীয়া · September 22, 2020 5:58 pm