Author: ময়ূখ গোস্বামী, মঙলদৈ
চোৰাং চিকাৰীৰ নতুন কৌশল; ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হত্যা নকৰাকৈয়ে কাটি নিলে গঁড়ৰ খড়্গ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰীয়ে নতুন কৌশল গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে। এই নতুন কৌশলত এটা প্ৰাপ্তবয়স্ক গঁড়ৰ খড়্গটো গুলীয়াই বা…
সাহিত্য একাডেমী বঁটাপ্ৰাপক সংস্কৃত পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি
বিশিষ্ট শিক্ষাবিদ, সংস্কৃত সাহিত্যৰ এগৰাকী পণ্ডিত তথা সাহিত্য একাডেমীৰ অনুবাদ বঁটা প্ৰাপক প্ৰভাত চন্দ্ৰ শৰ্মাৰ বাৰ্দ্ধ্যজনিত ৰোগত শুকুৰবাৰে বিয়লি দৰঙৰ তেওঁৰ বামুনপাৰাৰ…
কৃষকৰ পৰা উৎকোচলৈ দৰঙত গ্ৰেপ্তাৰ মহিলা কৃষি বিষয়া জ্যোতিৰেখা দাস
উৎকোচলৈ ধৰা পৰিল এগৰাকী মহিলা কৃষি বিষয়া।দৰং জিলাৰ কৃষি উন্নয়ন বিষয়া জ্যোতি ৰেখা দাসক আজি দুৰ্নীতি নিবাৰক শাখাই উৎকোচলৈ থকাৰ সময়তে হাতে-লোটে…
হস্ত নিৰ্মিত পিষ্টলৰ সৈতে ‘ম’ষ্ট ৱান্টেড’ অপৰাধীক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ
দৰং আৰক্ষীয়ে মঙলবাৰে এজন ‘ম’ষ্ট ৱান্টেড’ অপৰাধীক এটা হস্ত নিৰ্মিত পিষ্টলৰ সৈতে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি আকবৰ আলী বুলি চিনাক্ত হোৱা অপৰাধীজন…
ওদালগুৰিৰ মহিলাক দৰঙত গণধৰ্ষণ কৰি হত্যা! : তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
দৰঙৰ জিলাৰ দলগাঁৱত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছে দৰং আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যত পুনৰ মহিলাক গণধৰ্ষণ কৰি হত্যা কৰাৰ দৰে…
ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত আহত এজন লোক; দলগাঁৱত আতংক
শনিবাৰে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা এশিঙীয়া গঁড়ে ওচৰৰে দলগাঁৱৰ চৰাঞ্চলৰ গাঁওত প্ৰৱেশ কৰি স্থানীয় বাসিন্দাৰ মাজত আতংকৰ…
কলাইগাঁৱৰ ৰাজাপুখুৰীত ভোটকেন্দ্ৰত আৰক্ষীৰ গুলীচালনাত দুজন গুৰুতৰভাৱে আহত
বৃহস্পতিবাৰে ভোটগ্ৰহণৰ সন্ধিয়া কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী পাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত এদল লোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচলনা কৰাৰ ঘটনা…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে উদ্ধাৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ
ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত গঁড় চিকাৰৰ প্ৰচেষ্টাৰে অনা বুলি সন্দেহ কৰা কিছু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। দৰং জিলাৰ দলগাওঁ…
জনপ্রিয় ছাত্ৰ নেতা ধীৰাজ নাৰায়ণ নাথৰ অকাল মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ
ছাত্ৰাৱস্থাৰ পৰাই সামাজিক কামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ধীৰাজ নাৰায়ণ নাথৰ আজি গুৱাহাটী নাৰিকলবস্তিৰ নিজা বাসভৱনত…
দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ২ জন , আহত ৩ জন
দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণীৰ মতে, বুধবাৰে খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালুগাঁও(আলিকাশ বজাৰ)ৰ ১৫ নং ৰাষ্ট্ৰীয়…