Author: ঋতুপল্লৱ শইকীয়া
প্ৰতিবছৰতে লকডাউনৰ পোষকতা শিল্পী আচুৰ্য্য বৰপাত্ৰৰ
জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে প্ৰতি বছৰে লকডাউনৰ পোষকতা কৰিছে। যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজনে বছৰি অন্ততঃ দহ দিন লকডাউনৰ…
গোলাঘাটত ৰন্ধন গেছৰ অবৈধ গুদাম উৎখাত
গোলাঘাটত নগৰত শুকুৰবাৰে ৰন্ধন গেছৰ এটা অবৈধ গুদাম উৎখাত কৰা হয়৷ খাদ্য ও অসামৰিক যোগান বিভাগৰ লোকক লগত লৈ অতিৰিক্ত উপায়ুক্ত লখিমী…
কৰ’নাভাইৰাছ: গোলাঘাটত ঘৰে ঘৰে যাব স্বাস্থ্যকৰ্মী
গোলাঘাট জিলা স্বাস্থ্য বিভাগে কৰ’না প্ৰতিৰোধৰ পদক্ষেপ হিচাপে অহা ৭ মে’ৰ পৰা জিলাখনৰ জনসাধাৰণৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ ল’ব। মঙলবাৰে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ…
লকডাউনৰ মাজতে মূল্যায়ন, গোলাঘাট মাধ্যমিক শিক্ষা বিভাগৰ অভিনৱ প্ৰচেষ্টা
কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ সময়ত দেশজুৰি অভিভাৱক, ছাত্ৰ-ছাত্ৰী বহুমূলীয়া শিক্ষাবৰ্ষ নষ্ট হোৱাৰ আশংকাত ভোগাৰ সময়ত গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগে কেইবাটাও ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ…
ক’ভিড-১৯: অসমত নতুনকৈ সুস্থ চাৰিজন, চিকিৎসালয়ৰ পৰা মুকলি
ক’ভিড-১৯ত আক্ৰান্ত অসমৰ চাৰিজন ব্যক্তিক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাইদৰ আলি (৬২), ৱাহিদা…
কৰ’নাভাইৰাছ: গোলাঘাট জিলা কাৰাগাৰৰ ১৯ গৰাকী আচামীক মুকলি
কৰ’না মহামাৰীৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বিগত দুটা দিনত গোলাঘাট জিলা কাৰাগাৰ কৰ্তৃপক্ষই বিচাৰ প্ৰক্ৰিয়া চলি থকা ১৯ গৰাকী কাৰাবন্দীক মুকলি…
মিজোৰামৰ কৰ’না আক্ৰান্ত ব্যক্তিৰ সৈতে বিমানত যাত্ৰা কৰা অসমৰ যুৱকক হাস্পাতলত ভৰ্তি
COVID-19 ধৰা পৰা মিজোৰামৰ যাত্ৰীজনৰ সৈতে একেখন বিমানতে যাত্ৰা কৰা এজন যুৱকক গোলাঘাট জিলা প্ৰশাসনে চিনাক্ত কৰাৰ পাছত জিম্মাত লৈছে। যুৱকজনক কুশল…
অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসক গোলাঘাটত ক’লা পতাকা প্ৰদৰ্শন
এখন সাংগঠনিক সভাত উপস্থিত থাকিবৰ বাবে আজি গোলাঘাটলৈ যোৱা অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসক আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে…
গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰীৰ ঘৰলৈ গুলী; সন্দেহৰ আঙুলি বিজেপিৰ বিধায়ক মৃণাল শইকীয়ালৈ
গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰী আৰু বিজেপিৰ কৰ্মী-সমৰ্থক তথা CAA-ৰ সমৰ্থকৰ মাজৰ সংঘাতে বিপজ্জনক মোৰ লৈছে। যোৱা নিশা CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ৰূপা আৰু…
মানৱতাৰ নিৰ্দশন : তিনি কলেজীয়া ছাত্ৰই উদ্ধাৰ কৰিলে আঘাতপ্রাপ্ত বান্দৰ
আজি গোলাঘাট নগৰৰ তিনিজন কলেজীয়া ছাত্রই এটা আঘাতপ্রাপ্ত বান্দৰ উদ্ধাৰ কৰি গোলাঘাট নগৰৰ পশু চিকিৎসালয় কৰ্তৃপক্ষক চমজাই দি মানৱতাৰ নিৰ্দশন দাঙি ধৰে।…