Author: এন ই নাও নিউজ
অসমীয়াত মুকলি এয়াৰটেল থেংকচ এপ
ডিজিটেল উদ্ভাৱনৰ হস্তক্ষেপৰ জড়িয়তে গ্ৰাহকৰ যাত্ৰা সৰল কৰি তোলাৰ অংশ হিচাপে ভাৰতী এয়াৰটেল (এয়াৰটেল)এ আজি প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল…
শিৱসাগৰত একেদিনাই চিনাক্ত ১১৭ ক’ভিড আক্ৰান্ত, পাঁচ চিকিৎসকো পজিটিভ
১১৭গৰাকী ব্যক্তি শিৱসাগৰত বুধবাৰে ক’ভিড ১৯ পজিটিভ চিনাক্ত হৈছে। শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা এই তথ্য লাভ কৰা হৈছে। এইসকল ব্যক্তিৰ ভিতৰত…
কৰম পূজাত চৰকাৰী বন্ধৰ দাবী আটছাৰ
সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনা জনগোষ্ঠীটোৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ ঘোষণা…
মাৰ্ঘেৰিটাত দুই চোৰক গ্ৰেপ্তাৰ, চুৰি বাইক উদ্ধাৰ
মাৰ্ঘেৰিটা আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া দুজন বাইক চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন চুৰি বাইক উদ্ধাৰ কৰিছে। কালি সন্ধ্যা মাৰ্ঘেৰিটা এছ বি আইৰ কাষত…
অসমত ১৭২৪ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ১৯,৫১৫
১৭২৪গৰাকী ব্যক্তিয়ে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি অসমত মঙলবাৰে চিকিৎসালয় এৰিছে। এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা…
অসমত ১৯৭৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৭৫%
১৯৭৩গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৭৫ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩৪,৩০৭টা ক’ভিড টেষ্টত এইসকল…
’২১ত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহী নহয় হিমন্ত বিশ্ব শৰ্মা
মুখ্য মন্ত্ৰীৰ পদ, অসমৰ আগন্তুক বিধান সভা নিৰ্বাচনক লৈ চলা চৰ্চাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৈছে যে ’২১ত প্ৰতিদ্বন্দ্বিতাৰ বাবে…
বিহালীত দুই চোৰাংচিকাৰী গ্ৰেপ্তাৰ, ৰাইফল জব্দ
বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বন বিভাগৰ অপৰাধ অনুসন্ধান শাখাৰ যৌথ উদ্যোগত মঙলবাৰে অভিযান চলাই দুজন দুধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।…
চামগুৰি ভৰাগুৰিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভৰাগুৰি অঞ্চলৰ এটা পুখুৰীত আজি এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…
মাৰ্ঘেৰিটাত গুটখা, জৰ্দাৰ বিৰুদ্ধে অভিযান প্ৰশাসনৰ
মাৰ্ঘেৰিটা প্ৰশাসনে অভিযান চলাই মঙলবাৰে বৃহৎ পৰিমাণৰ গুটখা, জৰ্দা জব্দ কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাত গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে প্ৰশাসনৰ ধাৰাবাহিক অভিযান অব্যাহত…