Author: পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ আৰক্ষীৰ জালত ৬ তেলচোৰ
শিৱসাগৰ আৰু আমগুৰি আৰক্ষীৰ যৌথ অভিযানত বুধবাৰে আটক হৈছে ছয় তেলচোৰ। আটক তেলচোৰকেইজন হল দিগেন্দ্ৰ নাথ, বেদব্ৰত গগৈ, পংকজজ্যোতি শৰ্মা, তুলন সোণোৱাল, কৃষ্ণমণি…
ড্ৰাইভিং লাইচেন্সকে ধৰি যান-বাহনৰ নথি-পত্ৰৰ ম্যাদ পুনৰ বৃদ্ধি
ড্ৰাইভিং লাইচেন্সকে ধৰি যান-বাহনৰ বিভিন্ন নথি যেনে ফিটনেছ, পাৰ্মিট, পঞ্জীয়ন বা অন্যান্য সংশ্লিষ্ট নথিৰ ম্যাদ এই বছৰৰ ৩০ ছেপ্তেম্বৰলৈকে বঢ়াই দিয়া হৈছে।…
ত্ৰিপুৰাত ক’ভিড আক্ৰান্ত ৮০৩লৈ বৃদ্ধি, নতুনকৈ চিনাক্ত ৫৩
আৰু ৫৩গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে ত্ৰিপুৰাত মুঠ আক্ৰান্ত দেওবাৰে ৮০৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্ত ক’ভিড আক্ৰান্তসকলক ৪৯গৰাকী চেপাহিজালা আৰু চাৰিগৰাকী গোমাতি…
গুৱাহাটীত নাহৰফুটুকী হত্যা কৰি সমদল: নাবালককে ধৰি ছজনক গ্ৰেপ্তাৰ
গুৱাহাটীত এটা নাহৰফুটুকী হত্যা কৰাৰ অভিযোগত এজন নাবালককে ধৰি মুঠ ছজন লোকক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ কটাহবাৰী পাহাৰ এলেকাত দেওবাৰে সংঘটিত…
জিঅ’ৰ প্ৰিপেইড গ্ৰাহকলৈ বিশেষ অ’ফাৰ, চাওক কি এই সুবিধা
ৰিলায়েন্স জিঅ’ই ইয়াৰ প্ৰীপেইড গ্ৰাহকসকললৈ এক বিশেষ অ’ফাৰ আগবঢ়াইছে। এই অ’ফাৰ হৈছে Disney+ Hotstar VIP চাবস্ক্ৰাইব কৰাৰ সুবিধা। অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম Disney+…
বাঘজান গেছখাদৰ বিস্ফোৰণ: গুৱাহাটীত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল
তিনিচুকীয়াৰ বাঘজানত যোৱা দহদিনধৰি চলি থকা গেছখাদৰ নিৰ্গমন ৰোধ কৰিবলৈ অহা তিনিজনীয়া বিশেষজ্ঞৰ দলটো গুৱাহাটীত আহি উপস্থিত হৈছে। ছিংগাপুৰৰ এখন ইমাৰ্জেন্সী মেনেজমেণ্ট…
প্ৰতিবাদ-বিতৰ্কৰ মাজতে উঃপূঃ কয়লাক্ষেত্ৰত সকলো খনন বাতিলৰ নিৰ্দেশ ক’ল ইণ্ডিয়া লিমিটেডৰ
দিহিং-পাটকাইত কয়লা খননক লৈ চলিত বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিছে। উত্তৰ-পূব কয়লাক্ষেত্ৰ,…
অসমত আৰু ৪১গৰাকী ক’ভিড মুক্ত, মুঠ আৰোগ্য ৫৮৮লৈ বৃদ্ধি
আৰু ৪১গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড-১৯ মুক্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। শেহতীয়াকৈ মুকলি কৰাসকলৰ মাজত আছে নগাঁৱৰ জিলা…
ইটালিক চেৰাই সৰ্বাধিক ক’ভিড আক্ৰান্তৰ বিশ্বৰ ষষ্ঠ দেশত পৰিণত ভাৰত
ইটালিক চেৰ পেলাই ভাৰত ক’ভিড-১৯ত সৰ্বাধিক আক্ৰান্ত বিশ্বৰ ষষ্ঠখন দেশত পৰিণত হৈছে। একেদিনাই ৯৮৮৭গৰাকী ক’ভিড ৰোগী চিনাক্তকৰণৰ ঘটনাৰ সৈতে দেশৰ মুঠ আক্ৰান্ত…
ত্ৰিপুৰাত নতুনকৈ ৪৮ ক’ভিড আক্ৰান্ত চিনাক্ত
৪৮গৰাকী ব্যক্তিক ত্ৰিপুৰাত শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে সদৰী কৰা মতে চিনাক্তসকলৰ সকলোৰে ভ্ৰমণৰ ইতিহাস আছে।…