Author: এন ই নাও নিউজ
হোজাইত পথাৰতে মহিলাৰ গাত জুই
ভূমি বেদখলদাৰী দল এটাই হোজাইত বৃহস্পতিবাৰে এগৰাকী মহিলাক পথাৰতে গাত জুই জ্বলাই দিয়াৰ এক ঘটনাৰ অভিযোগ উঠিছে। চালেহা বেগম (৫০) নামৰ মহিলাগৰাকীক…
শিৱসাগৰত বিশ্ব পৰিৱেশ দিৱস পালন
আজি বিশ্ব পৰিৱেশ দিৱস৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা সমিতিৰ…
ছেবা HSLC 2020 ৰিজাল্ট: কিদৰে পাব ম’বাইলতে?
ছেবাৰ ২০২০ বৰ্ষৰ HSLC আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল শনিবাৰে ৯ বজাত ঘোষিত হ’ব। পৰীক্ষাটোত এই বৰ্ষত ৩.৫ লাখতকৈয়ো অধিক পৰীক্ষাৰ্থী…
“আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক স্মৰণ
যুগজয়ী অসমীয়া আলোচনী “আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক আজি ৪২তম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সাংস্কৃতিক সংস্থা ‘চিৰ সেউজ’ৰ উদ্যোগত গুৱাহাটীৰ দক্ষিণ…
মিজোৰামত নতুন তিনি ক’ভিড আক্ৰান্ত, মুঠ ১৭লৈ বৃদ্ধি
নতুন তিনিগৰাকী ক’ভিড-১৯ আক্ৰান্তৰ সৈতে মিজোৰামত মুঠ ৰোগীৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। প্ৰথমগৰাকী ক’ভিড ৰোগী ইতিমধ্যে আৰোগ্য হোৱা ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা…
’২১ৰ বিধান সভা নিৰ্বাচনত কেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব অগপই? ক’লে সভাপতি অতুল বৰাই
অসম গণ পৰিষদে অসম বিধান সভাৰ ২০২১ৰ নিৰ্বাচনত ৮৫টা সমষ্টিত বিজয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অগপ সভাপতি অতুল বৰাই বৃহস্পতিবাৰে এক দলীয় সভাত…
ত্ৰিপুৰাত ১০২গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত
১০২গৰাকী লোকক ত্ৰিপুৰাত বুধবাৰে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই তথ্য সদৰী কৰই কয় যে ৰাজ্যখনত বুধবাৰে মুঠ…
যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব বিজয় মালিয়াক
পলাতক ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব। শীৰ্ষ চৰকাৰী সূত্ৰৰ ভিত্তিত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে ভাৰতলৈ মালিয়াৰ…
লাডাখত চীনা সৈন্য সন্দৰ্ভত কি কৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখত চীনা সৈন্যৰ উপস্থিতিক লৈ মঙলবাৰে কৰা এক মন্তব্যৰ আধাৰত পৰিৱেশিত এক বাতৰিক পি আই বিয়ে ভুৱা…
২০০০ কি.মি. খোজকাঢ়ি ঘৰ পায়ে সৰ্প দংশনত মৃত্যু প্ৰব্ৰজিত শ্ৰমিকৰ, মাতৃ চিকিৎসালয়ত
উত্তৰ প্ৰদেশৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকে বেংগালুৰুৰ পৰা প্ৰায় ২০০০ কি.মি. খোজকাঢ়ি গৈ ঘৰ পায়ে সৰ্প দংশনত প্ৰাণ হেৰুওৱাৰ এটা ঘটনা পোহৰলৈ আহিছে।…