Author: কাজি জেইদুল ইছলাম
বিশ্বনাথৰ দম্পতিৰ মহানুভৱতা: ভাৰা ৰেহাই দিলে ৭জন ছাত্ৰক
বিশ্বনাথ চাৰিআলিৰ এহাল দম্পতিয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুঠ আঠগৰাকী ভাৰাতীয়াক এমাহৰ ভাৰাত ৰেহাই দিছে। বামগাওঁ নিবাসী…
গান্ধীবাদী, মুক্তিযোদ্ধা পদ্মশ্ৰী হেম ভড়ালীৰ দেহাৱসান
বৰ্ষীয়ান মুক্তিযোদ্ধা, গান্ধীবাদী নেত্ৰী, পদ্মশ্ৰী হেম ভড়ালী আৰু নাই। বুধবাৰে বিয়লি ৩.৩০ বজাত গুৱাহাটীৰ পূব–শৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল…
ক’ভিড-১৯: আৰ্থিক সংকট প্ৰশমনৰ বাবে ব্যয় সংকোচন নীতি গ্ৰহণ অসম চৰকাৰৰ
অসম চৰকাৰে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সংকট প্ৰশমনৰ বাবে ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰিছে। বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে ব্যয়…
ইৰফান খানৰ অসম সংযোগ
অসাধাৰণ অভিনয়েৰে জগত জিনা ইৰফান খানৰ অকাল বিয়োগে পেলোৱা শোকৰ ছাঁৰ মাজতে পোহৰলৈ আহিছে অভিনেতাজনৰ সৈতে থকা অসমৰ এক সম্পৰ্ক। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়…
১০০ কোটি মানুহক আক্ৰান্ত, ৩ নিযুতৰ প্ৰাণ ল’ব পাৰে বিশ্বজুৰি কৰ’নাভাইৰাছে
এশ কোটি লোক বিশ্বজুৰি কৰ’নাভাইৰাছত আক্ৰান্ত হ’ব পাৰে, যদিহে বিপদসাধ্য দেশসমূহক তৎকালে সাহায্য আগবঢ়োৱা নহয়। ইণ্টাৰনেচনেল ৰেছকিউ কমিটি নামৰ এটা এমেৰিকান আৰ্থিক…
দক্ষিণ কোৰিয়াই কি ক’লে কিম জং উনক লৈ?
দক্ষিণ কোৰিয়াই কিম জং উন “জীৱিত আৰু সুস্থ” বুলি মন্তব্য কৰিছে। উনৰ মৃত্যু হোৱা বুলি ইতিমধ্যে প্ৰকাশিত বাতৰিৰ বিপৰীতে চুবুৰীয়া দেশখনৰ এজন…
টীয়কত ঘৰে ঘৰে ঔষধ বিতৰণ আৰক্ষীৰ
লকডাউনত ব্যস্ত টীয়ক আৰক্ষীয়ে কালিৰে পৰা হাতত লৈছে আৰু এটা গুৰুত্বপূৰ্ণ কৰ্মসূচীl ব্যস্ততাৰ মাজতে টীয়ক আৰক্ষীয়ে বৃহত্তৰ টীয়ক অঞ্চলৰ ভালেসংখ্যক দৰিদ্ৰ ব্যক্তিক…
কিম জং উনৰ মৃত্যু হৈছে
কিম জং উনৰ মৃত্যু হৈছে, হংকং ছেটেলাইট টেলিভিছনৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ। কমিউনিষ্ট একনায়ক কিমৰ মৃত্যুৰ বাতৰি উত্তৰ কোৰিয়াকে ধৰি কোনো দেশে এতিয়ালৈকে…
বিদেশত আবদ্ধ অসমৰ লোকৰ বাবে ই মেইল মুকলি
অসম চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ ফলত বিদেশত আবদ্ধ অসমৰ লোকৰ বাবে এটা ই মেইল মুকলি কৰিছে। ভাৰতলৈ ঘূৰি আহিব খুজিলে এই লোকসকলে [email protected]ত…
মাস্ক নিপিন্ধিলে ডিপোত তেল নাপাব বিশ্বনাথত
ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে সকলো ডিজেল, পেট্ৰ্ল আৰু কেৰাচিন তেলৰ ডিপোত কেৱল মাস্ক পিন্ধা ব্যক্তিকহে তেল বিক্ৰী কৰিবলৈ…