NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

অসম আৰোগ্য নিধিলৈ বিপুল সঁহাৰি ৰাইজৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট

বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে কৰ’নাভাইৰাছৰ মোকাবিলা কৰাৰ বাবে অসম আৰোগ্য নিধিলৈ বিপুল বৰঙনি আগবঢ়াইছে। অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সদৰী…

এন ই নাও নিউজ · April 11, 2020 9:43 pm
অসম

বাহিৰত আবদ্ধ অসমৰ কেন্সাৰ, হাৰ্ট চাৰ্জাৰি, কিডনি ট্ৰান্সপ্লাণ্ট ৰোগীলৈ হেল্পলাইন মুকলি

লকডাউনৰ মাজত বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ কেন্সাৰ, হাৰ্ট চাৰ্জাৰি আৰু কিডনি ট্ৰান্সপ্লাণ্ট ৰোগীসকলৰ বাবে ৰাজ্য চৰকাৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। এই…

এন ই নাও নিউজ · April 10, 2020 10:55 pm
অসম

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে মাজুলীত পৰিভ্ৰমী পক্ষীৰ কোলাহল

দেশৰ আন ঠাইৰ লগতে মাজুলীতো এতিয়া কেউফালে কৰ’নাভাইৰাছ মহামাৰীৰ আতংক। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে আহ্বান জনোৱা ২১দিনীয়া লকডাউনত জনজীৱন স্থৱিৰ…

মিটু খাটনিয়াৰ · April 9, 2020 7:48 pm
অসম

দিল্লীৰ লকডাউন ১৪ এপ্ৰিলতকৈ বঢ়াই দিয়া হ’ব পাৰে

বৰ্তমানৰ পৰিস্থিতি বাহাল থাকিলে দিল্লীত ১৪ এপ্ৰিলৰ পিছলৈকে লকডাউন বৃদ্ধি কৰা কৰা হ’ব পাৰে। দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনীষ চিচ’দিয়াই কৰিছে এই…

এন ই নাও নিউজ · April 9, 2020 7:32 pm
অসম

বৰপেটাৰ নৱোদয় বিদ্যালয়ত আবদ্ধ মধ্য প্ৰদেশৰ ২৩গৰাকী শিক্ষাৰ্থী

বৰপেটা জিলাৰ সৰভোগস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত আবদ্ধ হৈ আছে বিদ্যালয়খনত অধ্যয়নৰত মধ্য প্ৰদেশৰ ২৩ গৰাকী শিক্ষাৰ্থী৷ একেদৰে সৰভোগ নৱোদয় বিদ্যালয়ৰো ২৩ গৰাকী শিক্ষাৰ্থী মধ্যপ্ৰদেশত আবদ্ধ…

পুলেন্দ্ৰ দাস · April 8, 2020 10:01 pm
অসম

জি এছ টি/ শুল্ক, ৫ লাখ টকালৈকে আয়কৰ ৰিফাণ্ড তৎকালে মুকলিৰ সিদ্ধান্ত কেন্দ্ৰৰ

ভাৰত চৰকাৰে সকলো জি এছ টি/ শুল্ক ৰিফাণ্ড আৰু ৫ লাখ টকালৈকে সকলো আয়কৰ ৰিফাণ্ড তৎকালে মোকলাই দিয়াৰ সিদ্ধান্ত লৈছে। কৰ’নাভাইৰাছে সৃষ্টি…

এন ই নাও নিউজ · April 8, 2020 8:15 pm
অসম

লকডাউন: এইবাৰ ইনষ্টাগ্ৰামত উপভোগ কৰিব পাৰিব তাৰকা শিল্পীৰ ৰঙালী বিহু

ৰঙালী বিহু অসমৰ সমাজৰ বাবে জীৱনৰেখাসদৃশ। কিন্তু এইবাৰ কৰ’নাভাইৰাছৰ আতংকৰ বাবে বিহু উদযাপন বাতিল কৰিব লগা হৈছে। এনে সময়তে আৰ্থ—আৰ্ট ফৰ হিউমেনিটি…

এন ই নাও নিউজ · April 8, 2020 6:56 pm
অসম

দেশত ক’ভিড-১৯ আক্ৰান্ত ৪৭৮৯ গৰাকীলৈ বৃদ্ধি, সুস্থ ৩৫২

ভাৰতত মঙলবাৰলৈকে মুঠ ৪৭৮৯গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। আৰোগ্য লাভ কৰিছে ৩৫২গৰাকীয়ে। দেশত ক’ভিড-১৯ত এতিয়ালৈকে মৃত্যু হৈছে মুঠ ১২৪ গৰাকী ৰোগীৰ। আক্ৰান্তৰ…

এন ই নাও নিউজ · April 7, 2020 11:11 pm
অসম

অসমত আৰু এজন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৮লৈ বৃদ্ধি

অসমত মঙলবাৰে আৰু এজন ক’ভিড১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে। হাইলাকান্দিৰ উক্ত লোকজনে শেহতীয়াকৈ…

এন ই নাও নিউজ · April 7, 2020 9:20 pm
অসম

ক’ভিড১৯: প্ৰাক্তন মুখ্য মন্ত্ৰী, শীৰ্ষ ৰাজনৈতিক নেতা, জ্যেষ্ঠ নাগৰিকৰ সৈতে বাৰ্তালাপ সোণোৱালৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ভূমিধৰ বৰ্মন, প্ৰফুল্ল কুমাৰ মহন্ত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই…

এন ই নাও নিউজ · April 7, 2020 7:38 pm