Author: পংকজ কুমাৰ দেব
ডিমা হাছাও জিলাত ক’ভিড আক্রান্ত দ্বিতীয় গৰাকী ব্যক্তিৰ মৃত্যু!
পার্বত্য ডিমা হাছাও জিলাত ক’ভিড আক্ৰান্ত হৈ এতিয়ালৈকে দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। শনিবাৰে মৃত্যু হোৱা ব্যক্তি গৰাকী হৈছে নাম ঝন্টু চক্রৱর্তী (৪৯)।…
হাফলঙত ৫৯ সংখ্যক শিক্ষক দিৱস উদযাপন
মৰণব্যাধি ক’ৰনা পৰিস্থিতিৰ মাজত সমগ্ৰ দেশৰ লগত সামঞ্জস্য ৰাখি আজি পাহাৰীয়া ডিমা হাছাও জিলাত ৫৯ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। হাফলঙৰ…
ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱা ক’ভিড-১৯ত আক্ৰান্ত
ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱা ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অলপতে তেওঁৰ স্ব’ৱাব টেষ্ট কৰা হৈছিল আৰু আজি তেওঁৰ ৰিপ’ৰ্ট পজিটিভ অহা…
জালিয়াতিত জড়িত পাঠানজিটৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা লোৱাৰ ঘোষণা বিশ্বজিতৰ
বন বিভাগৰ ৰয়েলিটি চাৰ্টিফিকেট নকল কৰি অবৈধ বেহা চলাই যোৱা উমৰাংছুৰ পাথানজিট জাৰাম্বুছাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এজাহাৰ দাখিল আৰু পাঠানজিটক পৰিষদৰ গেষ্ট…
বিজেপি নেতা কুলেন্দ্ৰ দাউলাগুপু ক’ভিড পজিটিভ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন ইএম, বিজেপি নেতা কুলেন্দ্ৰ দাউলাগুপু ক’ভিড পজিটিভ চিনাক্ত হৈছে। বৰ্তমান তেওঁক হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড…
ইণ্ডিয়ান নায়েগ্রা পানীমুৰৰ অস্তিত্বৰ প্রতি চৰম ভাবুকি, নিমাত বন বিভাগ!
পাহাৰীয়া ডিমা হাছাওত যোৱা প্রায় এবছৰৰ পৰা জিলাৰ আটাইবোৰ কাঠ ফলা মিল বন্ধ হৈ আছে। পার্বত্য জিলাৰ সেউজ পৰিবেশ ৰক্ষার্থেই স্বায়ত্ব শাসিত…
লাংটিঙত ব্ৰয়লাৰ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত; এজন লোক নিহত
পাহাৰীয়া ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত লাংটিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি নগাঁৱৰ পৰা শিলচৰ অভিমুখে যোৱা এখন ব্ৰয়লাৰ মুৰ্গী কঢ়িয়াই নিয়া টাটা…
গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ
ডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ মাজত উদ্বিগ্নতাৰ…
কোন হ’ব ১৬ নম্বৰ হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী? নতুন মুখৰ সন্ধানত গেৰুৱা দল বিজেপি
ক’ৰণা মহামাৰীৰ মাজতে একৈশত অনুষ্ঠিত হবলগীয়া ৰাজ্য বিধানসভা নিৰ্বাচনলৈ ইতিমধ্যে ৰাজনৈতিক দল সংগঠনৰ মাজত কুচ-কাৱাজ পৰিলক্ষিত হৈছে। আঞ্চলিক দল গঠনৰ বাবেও চলিছে…
ডিমা হাছাও জিলাত এগৰাকী মহিলা চিকিৎসক ক’ভিড-১৯ত আক্রান্ত
ডিমা হাছাও জিলাৰ এগৰাকী চিকিৎসক এইবাৰ ক’ভিড আক্রান্ত। মঙলবাৰে অহা স্বাৱ ৰিপ’ৰ্ট অনুসৰি পার্বত্য জিলাৰ দিয়ুঙব্রা ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্রৰ এগৰাকী মহিলা…