Author: এন ই নাও নিউজ
এবছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰথম মিলিত হৈছিল প্ৰিয়ংকা আৰু নিক
অসম পৰ্যটনৰ এম্বেছাদৰ বলীউদৰ জনপ্ৰিয় নায়িকা প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান অভিনেতা-কণ্ঠশিল্পী নিক জোনাছৰ প্ৰথম মিলিত হোৱাৰ দেওবাৰে এবছৰ পূৰ্ণ হয়। এই সন্দৰ্ভত…
বিজেপিৰ বিজয়ত উল্লাস কংগ্ৰেছী গৌতমৰ : অস্বস্তিত কংগ্ৰেছ
বৰাকৰ অবিসম্বাদী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে বিজেপিৰ বিজয়ত মুকলিভাৱে উল্লাস প্ৰদৰ্শন কৰা বিষয়কলৈ অস্বস্তিত পৰিছে কংগ্ৰেছ। বৰাকৰ দুখন আসনত বিজেপি…
বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা
ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত হৈছে। শনিবাৰে অনুষ্ঠিত নিৰ্বাচনত শৰ্মাই ভোটদান হোৱা…
দেশৰ জনসাধাৰণৰ বিজেপিলৈ নমো, বিৰোধীক স্বাহা
লোকসভা নিৰ্বাচনৰ ফলাফলৰ ধাৰাই দেশত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন বিজেপি চৰকাৰ গঠন হোৱা নিশ্চিত কৰাৰ লগতে বিৰোধী দলসমূহৰ শোচনীয় স্থিতি উদঙাই…
‘নাইনিতাল’ সমষ্টিত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটৰ পৰাজয়
লোকসভা নিৰ্বাচনৰ ফলাফলত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট ‘নাইনিতাল’ সমষ্টিৰ পৰা…
লোকসভা নিৰ্বাচনৰ ফলাফল : এয়া মোদীৰ বাবে সম্ভৱ হ’ল বুলি ক’লে মুখ্য মন্ত্ৰী সোণোৱালে
লোকসভা নিৰ্বাচন ২০১৯’ৰ ফলাফলত এনডিএই ৫৪২ খন আসনৰ ভিতৰত ৩৩৯ খন আসনত অগ্ৰগতি লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাটো নিশ্চিত হৈ…
কংগ্ৰেছক ৰাহুল গান্ধীক পদৰ পৰা অৱসৰ প্ৰদানৰ পৰামৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ বিজেপি নেতা তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছক কটাক্ষ কৰি কংগ্ৰেছ…
বিজেপিৰ উত্থানত নিশ্চিহ্ন হৈ গ’ল নেকি অসমৰ জাতীয়তাবাদ?
লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া অগ্ৰগতিয়ে অসমত বিজেপিৰ অভূতপূৰ্ব উত্থানৰ ইংগিত দাঙি ধৰিলে। কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰৱিচ্ছিন্ন আন্দোলন, প্ৰতিবাদ, ধৰ্ণা আৰু…
বৃদ্ধি কৰা নাই চাকৰিৰ ম্যাদ : কি হ’ব হাইস্কুলৰ ৬,৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ ভৱিষ্যৎ?
বিগত ৯বছৰ ধৰি নিয়মীয়াকৰণ নোহোৱা হাইস্কুলৰ ৬,৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ ম্য্যাদ শেষ হোৱাৰ পাছত তেওঁলোকৰ চাকৰিকলৈ পুনৰ অনিশ্চয়তাই দেখা দিছে। ২০১০…
কাঁন চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাস : বিভিন্ন অনুষ্ঠানত অংশ ল’লে পৰিচালকগৰাকীয়ে
বিশ্বৰ অতি পৰিচিত তথা বিখ্যাত কাঁন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি অসমৰ প্ৰসিদ্ধ পৰিচলাক ৰীমা দাসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ‘ভিলেজ…