Author: ৰিনয় বসুমতাৰী
দুই কিশোৰীৰ মৃত্যুকলৈ চাঞ্চল্য, কাইলৈ কোকৰাঝাৰলৈ যাব মুখ্যমন্ত্ৰী
কোকৰাঝাৰ চহৰৰ পৰা বিশ কিলোমিটাৰ নিলগত অবস্থিত অভয়াখুটি গাওঁত সংঘটিত দুজনী কিশোৰী মৃত্যুৰ ঘটনাই চাঞ্চল্য পৰিবেশ বিৰাজ কৰিছে জিলাখনত। দুটা দুখীয়া পৰিয়ালৰ…
বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক প্ৰত্যাহ্বান ৰাজ কুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ, কি প্ৰত্যাহ্বান জনালে তেওঁ?
তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ মধ্যস্থতাকাৰী তথা নৰ্থ -ইষ্ট হেৰিটেজ ফাউন্ডেছনৰ সঞ্চালক ৰাজ কুমাৰ পৃথ্ৱীৰাজ নাৰায়ণ দেৱ মেচে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ…
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়ো
ছালৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়োৰ চিকিৎসাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বিটিচি পৰিষদীয় চৰকাৰখনে৷…
নিবনুৱাৰ বাবে সুখবৰ: বিটিআৰৰ স্বাস্থ্য বিভাগত শীঘ্ৰে ৫০০ টা পদত দিয়া হ’ব নিযুক্তি
বিটিআৰৰ নিবনুৱাৰ বাবে এক সুখবৰ আহিছে। প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে অতি শীঘ্ৰে স্বাস্থ্য বিভাগৰ প্ৰায় ৫০০ টা খালি হৈ থকা পদত…
এক আৱেগিক মুহূৰ্ত! বিগত ১৯ বছৰে বিনা বেতনে অধ্যক্ষতা কৰা মহাবিদ্যালয়ৰ অধ্যক্ষই ল’লে অৱসৰ
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তিআশ্ৰম অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়। শক্তিআশ্ৰম অঞ্চলৰ…
কোকৰাঝাৰত চোৰাং গৰু মাফিয়া আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি
কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গেটত চোৰাং গৰু মাফিয়া আৰু আৰক্ষীৰ মাজত সংঘটিত হৈছে গুলিয়াগুলি । গোপন তথ্য লাভ কৰি কোকৰাঝাৰ আৰক্ষীয়ে অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ…
ছেৰফাংগুৰিৰ আঠিয়াবাৰীত ভূটানৰ হাবিৰ পৰা ওলাই অহা বনৰীয়া গৰুৰ সন্ত্ৰাস
কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আঠিয়াবাৰী এলেকাত হঠাৎ ভূটানৰ পৰা অহা দুটা বনৰীয়া গৰু আৱিৰ্ভাৱে স্থানীয় বাসিন্দাসকলৰ মাজত এক আতংকময় পৰিৱেশৰ…
কোকৰাঝাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ,দুই সৰবৰাহকাৰীক আটক
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কোকৰাঝাৰতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । এনে অভিযানৰ সময়তে কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ…
কোকৰাঝাৰত ৫৫ বছৰীয়া ব্যক্তিৰ এগৰাকী শিশু কন্যাক যৌন নিৰ্যাতন : পলাতক অভিযুক্ত
কোকৰাঝাৰত পুনৰ শিশু কন্যাক যৌন নিৰ্যাতন চলোৱা এক ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ জিলাৰ বিছমুৰী আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁবত ৫৫ বছৰীয়া এগৰাকী…
কলেজৰ প্ৰবক্তাই ধৰ্ষণ কৰিলে দশম শ্ৰেণীৰ ছাত্ৰীক! : অভিযুক্ত প্ৰৱক্তা প্ৰবীণ নাৰ্জাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ
অৱশেষত বেংতলৰ নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা হ’ল বেংতল কলেজৰ প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীক। দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ…