Author: এন ই নাও নিউজ
বক্সাৰ শিৱ থাপাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেছিডেন্স কাপত চেম্পিয়নৰ খিতাপ দখল
ভাৰতৰ তাৰকা বক্সাৰ তথা অসম সন্তান শিৱ থাপাই আজি কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত হৈ থকা প্ৰেছিডেন্স কাপৰ বক্সিং টুৰ্নামেণ্টত দুৰ্দান্ত প্ৰদৰ্শনেৰে চেম্পিয়নৰ খিতাপ…
দিচাংমুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত; বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ
আজি বহুকেইদিন হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ বহুকেইখন গাঁও ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীত বুৰ গৈ আছে। অঞ্চলটোৰ…
ছানাউল্লাহৰ পিছত এইবাৰ চি আই এছ এফৰ জোৱানলৈ ‘ডি ভোটাৰ’ৰ জাননী
ৰাজ্যত এতিয়া ‘ডি ভোটাৰ’ৰ আতংক। প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ পিছতে এইবাৰ চি আই এছ এফৰ এগৰাকী জোৱানলৈ প্ৰেৰণ কৰিছে ‘ডি ভোটাৰ’ৰ জাননী।…
মাৰ্ঘেৰিটাত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে লোকবাদ্য শিল্পী অভিজান গগৈৰ
ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। আজি মাৰ্ঘেৰিটা মাকুমকিল্লা গাঁৱৰ উদীয়মান লোকবাদ্য শিল্পী, পেঁপা, গগনা, টোকাৰী আৰু ঢোলৰ নিৰ্মাতা তথা অঞ্চলটোৰ সাংস্কৃতিক…
আজি গুৱাহাটীৰ পৰা ৰাওনা হয় হজযাত্ৰীৰ প্ৰথমটো দল
আজি গুৱাহাটীৰ পৰা ৰাওনা হয় প্ৰথমটো হজযাত্ৰীৰ দল। হাজী মুছফিৰ খানাত হজযাত্ৰীসকলক বিদায় জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। আজি হজযাত্ৰীসকলৰ…
বিশ্বনাথৰ বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা; দুগৰাকী বিদ্যুৎ কৰ্মচাৰীক নিলম্বন
বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত আজি পুৱা সংঘটিত বিদ্যুৎস্পৃষ্টৰ ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। উপায়ুক্তৰ সভাকক্ষত আজি বিয়লি অনুষ্ঠিত…
গীত পৰিৱেশন কৰি অৰ্জন কৰা সা-সম্পত্তি পৰৱৰ্তী সময়ত ৰাইজকে দি যাম : জুবিন গাৰ্গ
দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ঝাৰোবড়ীত দেওবাৰে অৰ্থাৎ ২৩ জুনৰ নিশা আয়োজন কৰা এক সংগীতানুষ্ঠানত উপস্থিত থাকি জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিছিল।…
সুধাকণ্ঠৰ চিৰলগৰী হাৰমিনয়াম আছে শংকৰদেৱ কলাক্ষেত্ৰত : দাবী ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ
‘সুধাকণ্ঠ ড০ ভূপেন হাজিৰকাৰ নিত্য ব্যৱহৃত হাৰমনিয়ামখন এতিয়াও সযতনে ৰখা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। সুধাকণ্ঠই নিজে দি যোৱা এই হাৰমনিয়ামখন দৰ্শকৰ ওচৰত…
লেখাপানীত লালিগুড়সহ বলেৰ’ পিকআপ জব্দ; দুজনক আটক
ৰাজ্যখনত বিষাক্ত চুলাই মদ সেৱন কৰি শ শ লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰশাসনে চুলাই প্ৰস্তত কৰা লালিগুড়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল…
মঙলদৈত খাদ্যত বিষক্ৰিয়া, ৮ জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
মঙলদৈৰ নিকতৱৰ্তী নগৰবাহী মোল্লাপাৰা গাঁৱত কালি অৰ্থাৎ দেওবাৰে খাদ্যত বিষক্ৰিয়া হৈ ৮ গৰাকী মহিলাসহ এটি শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰে। ঘটনাৰ বিৱৰণি…