Author: শশাংক তালুকদাৰ
কালভাৰ্টৰ মুখত জাল মাৰোঁতে বানে উটাই নিলে বজালীৰ যুৱকক
বুধবাৰে পুৱা বানত ডুবি বৰপেটাৰ এজন ৩২ বছৰীয়া যুৱক মৃত্যু মুখত পৰিছে। যুৱকজনক কৈলাশ কলিতা বুলি চিনাক্ত কৰা হৈছে। জিলাখনৰ বজালী মহকুমাৰ…
পাঠশালাত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে প্ৰথমগৰাকী ৰোগীৰ
বৰপেটা জিলাৰ পাঠশালাত দেওবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এগৰাকী ১৫ বছৰীয়া ছোৱালীৰ মৃত্যু হয়। বাতৰি অনুসৰি, বৰপেটা জিলাৰ অন্তৰ্গত বজালী মহকুমাৰ…
Video || নলবাৰীত যুৱকৰ চমক; পেলনীয়া প্লাষ্টিকৰ পৰা উৎপন্ন ইন্ধনেৰে চলালে বাইক!
যি সময়ত চৰকাৰে প্লাষ্টিকৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞা ঘোষণা কৰিছে, প্লাষ্টিকৰ বিৰুদ্ধে পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰি অহা হৈছে, সেই সময়তে নলবাৰী…
সৰুপেটাত হৃদয় বিদাৰক ঘটনা : গছত চিপ লৈ আত্মহত্যা তৰুণ দম্পতীৰ
বজালী মহকুমাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। আজি পুৱা এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এক…
ফলাফল ঘোষণাৰ এদিন আগৰ পৰা নিখোজ পাঠশালাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ
বৰপেটা জিলাৰ পাঠশালাৰ কৃষ্ণ কান্ত সন্দিকৈ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা এইবৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী ছাত্ৰই আজি ঘোষিত ফলাফলৰ এদিন পূৰ্বৰ…
ৰেম্পত আৰ্কষণীয় বেশভূষাৰে কজলা পখৰা : গৰু বিহুৰ দিনা গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্যন শ্বো
সাধাৰণতে নিজা সাজোন কাচোনেৰে সুন্দৰী সকল সৌন্দৰ্য্য প্ৰতিযোগিতালৈ আহে। পিচে, এইবাৰ ৰেম্পত আৰ্কষণীয় বেশভূষাৰে সজাই পৰাই অনা হ’ল চহা ৰাইজৰ বুকুৰ আপোন গো…
পাঠশালাত আৰক্ষীৰ জালত পৰিল তিনিজনীয়া ডকাইতৰ দল
বৰপেটা জিলাৰ পাঠশালাত বৃহস্পতিবাৰে বজালী আৰক্ষীয়ে এটা ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতীয় ষ্টেট বেংকৰ পৰা ওলাই অহা এগৰাকী ব্যক্তিৰ পৰা…
মহন্ত নহয় অতুল বৰাহে দলৰ নেতা, অগপৰ অন্তৰ্কলহ উদঙাই মন্তব্য ফণীভূষণৰ
বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ অগপত চলা অভ্যন্তৰীণ দ্বন্দ্ব উদঙাই প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে বৰ্তমানৰ সভাপতি অতুল…
বাঘমাৰাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতি গঠন
দেওবাৰে বজালীত অনুষ্ঠিত এক সাধাৰণ সভাত গঠন কৰা হৈছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৃহত্তৰ বাঘমাৰা আঞ্চলিক সমিতি। বৰপেটা জিলা নেতৃত্বৰ উপস্থিতিত বাঘমাৰা…
পাঠশালাত হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু এ বি ভি পিৰ উদ্যোগত বিজয় উৎসৱ পালন
হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতি, অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ বজালী সমিতি, হিন্দু জাগৰণ মঞ্চ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই মঙলবাৰে…