Author: স্মিতা ভট্টাচাৰ্য্য
তিতাবৰত বিষাক্ত কাঠফুলা খাই এগৰাকীৰ মৃত্যু, আনজনক GMCHলৈ
যোৰহাটৰ তিতাবৰত বিষাক্ত কাঠফুলা খাই বুধবাৰে এগৰাকীৰ মৃত্যু ঘটাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক। বিষাক্ত কাঠফুলা খাই মৃত্যু হৈছে তিতাবৰ চৰিয়াপথাৰ…
বিশ্বজুৰি মহৌষধ হাইড্ৰক্সিক্ল’ৰ’কুইনৰ যোৰহাট সংযোগ
কৰ’নাভাইৰাছৰ বাবে বিশ্বজুৰি চাহিদা সৃষ্টি হোৱা হাইড্ৰক্সিক্ল’ৰ’কুইনৰ সৈতে আছে অসমৰ যোৰহাটৰো এক সংযোগ। মেলেৰিয়াৰোধী দৰৱৰূপে পৰিচিত এই হাইড্ৰক্সিক্ল’ৰ’কুইন এসময়ত বেংগল ইমিউনিটি লিমিটেডে।…
যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষক নিয়াৰ চমন
যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সোমবাৰে সোধপোচৰ বাবে চমন জাৰি কৰিছে। তেওঁক ভাৰতীয় দণ্ডবিধিৰ ১২০এ, ১২৪বি, ১৫৩এ,…
যোৰহাটৰ চিকিৎসালয়ত অদ্ভুত কাণ্ড : মৃতদেহৰ পৰা কাণফুলি চুৰি
যোৰহাটৰ মিশ্যন হস্পিটেলত কৰ্তব্যৰত এজন নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়খনৰ এগৰাকী মৃত ৰোগীৰ কাণৰ পৰা কাণফুলি চুৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসালয়খনৰ এজন বিষয়াই…
যোৰহাটত বিজেপি যুৱমৰ্চাৰ গুণ্ডাগিৰি; কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ
যোৰহাটত বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা গোবিন বৰাই গুণ্ডাগিৰি কৰাৰ পিছত আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ…
দোষী সাৱ্যস্ত হোৱাৰ পাঁচ বছৰৰ পাছত অৱশেষত গ্ৰেপ্তাৰ হ’ল কনিষ্ঠ অভিযন্তা
ৰাজ্যিক পৰিবহন বিভাগৰ অধীনৰ আভ্যন্তৰীণ জল পৰিবহন শাখাৰ এগৰাকী কনিষ্ঠ অভিযন্তাক দোষী সাৱ্যস্ত হোৱাৰ পাঁচ বছৰৰ পাছত অৱশেষত শনিবাৰে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ…
চহিদলৈ শ্ৰদ্ধাঞ্জলি: যোৰহাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অ.জা.যু.ছা.প.ৰ
নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী প্ৰতিবাদত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা অসমৰ পাঁচ চহিদলৈ শ্ৰদ্ধাঞ্জলিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত দেওবাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা…
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ৰাখক শান্তিপূৰ্ণ প্ৰতিবাদ : বৰষা ৰাণী বিষয়া
বৰষুণ তথা ডাৱৰীয়া বতৰৰ মাজতে মৰিয়নিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎসংখ্যক লোকে শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। স্থানীয় লোকৰ সহযোগত শিল্পী সমাজে আয়োজন…
৭৭ লাখ টকা হৰলুকিৰ ঘটনা: বেংক বিষয়াৰ বিৰুদ্ধে যোৰহাটৰ উপায়ুক্তৰ এজাহাৰ
যোৰহাটৰ উপায়ুক্ত ৰশ্বনি এ কৰাতিয়ে গড়আলিৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া শাখাৰ বিষয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৰ থানাত ৭৫ লাখৰো অধিক টকা হৰলুকি সংক্ৰান্তত…
পুঁজিৰ খেলিমেলি! নিজৰ কাৰ্য্যালয়ৰ কেৰাণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যোৰহাটৰ উপায়ুক্তই
যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাতিয়ে দেওবাৰে উন্নয়ন পুঁজিৰ খেলিমেলি কৰাৰ বাবে জিসা প্ৰশাসনৰ উন্নয়ন শাখাৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে গোচৰ ৰুজু…