Author: এন ই নাও নিউজ
ভাৰোত্তোলন জগতত চাঞ্চল্য : মিজোৰামৰ জেৰেমি লালৰিনুংগাই গঢ়িলে যুৱ বিশ্ব ৰেকৰ্ড
এটাৰ পাছত আন এটা ৰেকৰ্ডৰে ভাৰোত্তোলন জগতত চাঞ্চল্য অব্যাহত ৰাখিছে যুৱ অলিম্পিকত স্বৰ্ণ পদকেৰে ইতিহাস গঢ়া মিজোৰামৰ ১৬ বছৰীয়া ভাৰোত্তোলক জেৰেমি লালৰিনুংগাই।…
ইতিহাস সৃষ্টিৰ ৭ ৰান দূৰত ৰৈ গ’ল অসমৰ ৰিয়ান
২০ এপ্ৰিল অৰ্থাৎ শনিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অসম সন্তান…
মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ প্ৰচাৰ নচলালে হিমন্তই
ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আজি বিয়লি ৫ বজাত অন্ত পৰে। প্ৰচাৰৰ অন্তিম দিনটোত প্ৰাৰ্থীসকলে নিজৰ নিজৰ…
লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : কোকৰাঝাৰ লোকসভা সমষ্টি
কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও আৰু বাক্সা জিলাৰ একাংশ সামৰি গঠন হৈছে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,৬৫,৪২৩ গৰাকী পুৰুষ ভোটাৰ : ৯০০৩১৮জন মহিলা ভোটাৰ : ৮৬৫০৬৬গৰাকী তৃতীয় লিংগৰ ভোটাৰ: ৩৯গৰাকী মুঠ ভোটকেন্দ্ৰ আছে ২৩৪৭টা…
বৰভাগৰ মৰোৱাত ‘কুইন ওজা’ৰ হৈ প্ৰচাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ
ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনৰ বাবে এতিয়া তীব্ৰতৰ হৈ পৰিছে প্ৰচাৰ অভিযান। নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে গাঁৱে-ভূঞে প্ৰচাৰ…
‘বিশ্বনাথ কাণ্ড’ৰ সৈতে এন এছ য়ু আইৰ সদস্য জড়িত থকাৰ প্ৰমাণ দিলে পুৰস্কৃত কৰিব কংগ্ৰেছে
‘যদি কোনো লোকে ত্ৰিনয়ন হাজৰিকা এন এছ য়ু আই (NSUI) ৰ সদস্য বুলি প্ৰমান কৰিব পাৰে, তেন্তে তেওঁক পুৰস্কৃত কৰা হ’ব’। বিশ্বনাথ…
কাজিৰঙাৰ বাগৰিত এবছৰীয়া গঁড়ৰ পোৱালি উদ্ধাৰ
আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা এটা গঁড়ৰ পোৱালি উদ্ধাৰ কৰা হয় ৷ মাকৰ মৃত্যু হোৱাৰ পাছত বাগৰি বনাঞ্চলৰ ডোঙা…