Author: উত্তম শইকীয়া
বোকাখাতত ক’ভিড নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগ মাৰ্চৰ ভুৱা প্ৰচাৰ : আৰক্ষীৰ কটকটীয়া তহলৰহে ব্যৱস্থা
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নির্দেশ মর্মে ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্রমণ সূচীৰে গোলাঘাট জিলালৈ অহা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য…
কাজিৰঙাৰ বাগৰি বনাঞ্চলত নিৰুদ্দিষ্ট বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ
কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ আমকাঠনি বনশিৱিৰ এলেকাত দুদিন ধৰি নিৰুদিষ্ট হৈ থকী বনকৰ্মীৰ শুক্ৰবাৰৰ দিনা মৃতদেহ উদ্ধাৰ হয় ৷ বনাঞ্চলৰ এটা নলাত পৰি…
ভৰ বাৰিষাতো পানী নাই কাজিৰঙাত : বানপানী নাহিলে প্রভাৱান্বিত হ’ব পাৰে কাজিৰঙাৰ বিৰল জৈৱতন্ত্ৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰৰ বাবে ব্ৰহ্মপুত্ৰৰ প্লাৱন অপৰিহাৰ্য ৷ প্ৰতিটো বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানীয়ে পখালি যায় কাজিৰঙাক ৷ বানপানীয়ে ইয়াৰ জৈৱতন্ত্ৰত প্ৰাণৰ সঞ্চাৰ…
বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত কিশোৰৰ মৃত্যু
বোকাখাতৰ নাহৰজান চাহ বাগিচাত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ পোহনীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন কিশোৰ ৷ বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন…
নেশ্যনেল ডিফেন্স একাডেমিত থকা অসমৰ একমাত্ৰ আসনৰ বাবে নিৰ্বাচিত বোকাখাতৰ অমন বিশাল ঘোষ
ডেৰাডুনত থকা দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান মিলিটেৰী কলেজৰ পৰা কেন্দ্ৰীয় লোক সেৱা আয়োগৰ দ্বাৰা পৰিচালিত সৰ্বভাৰতীয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ নেশ্যনেল ডিফেন্স…
পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান : উদ্ধাৰ বন্যপ্ৰাণীৰ বহু অংগ
পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰিছে এজন গৃহৰক্ষী জোৱানক।গৃহৰক্ষী জোৱান জনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বন্যপ্ৰাণীৰ বিভিন্ন দেহাংশ ৷ বোকাখাত…
সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ এনিমেল কৰিডৰত ১৪৪ ধাৰা জাৰি
আগন্তুক বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত বন্যপ্ৰাণী সমুহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ…
ৰক্ষকেই ভক্ষক! কাজিৰঙাত বনকৰ্মীৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গৰ টুকুৰা: দুজনক আটক
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত শনিবাৰৰ দিনা উদ্যান কৰ্তৃপক্ষই চলোৱা অভিযানত এটুকুৰা গঁড়ৰ খৰ্গৰে সৈতে উদ্যানতে কৰ্মৰত এজন গৃহৰক্ষীৰ জোৱান আৰু এজন…
বোকাখাতত ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিশা জৰুৰী বৈঠক
বোকাখাত মহকুমাত বিগত কিছু দিনত ক’ভিড -১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক…
উজনিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ: অচিৰেই প্লাৱিত হোৱাৰ সম্ভাৱনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনিৰ ইংকিয়ং, বলেং আৰু পাচিঘাটত শুকুৰবাৰৰ দিনটোতো ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে ৷ ইংকিয়ংত ১.১১ মিটাৰ, বলেংত…