Author: উত্তম শইকীয়া
বোকাখাতত গঁড়ৰ খৰ্গৰে সৈতে এজনক আটক : দুটা চিকাৰীক গ্ৰেপ্তাৰ
গোপনে লাভ কৰা এক সুত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি অভিযান চলায় বোকাখাতৰ আমটেঙা তিনি আলিৰ পৰা গঁড়ৰ খৰ্গৰে সৈতে এজন লোকক আটক…
কাজিৰঙাত মুখ্যমন্ত্ৰী: পৰ্যটকৰ বাবে গোলাঘাট আৰু নগাঁৱত নিৰ্মাণ হ’ব হেলিপেড; ক্ৰয় কৰিব ছেটেলাইট ফোন
আগন্তুক বানপানীত কাজিৰঙাত হ’ব পৰা সাম্ভাব্য সমস্যা আৰু এই ক্ষেত্ৰত ল’ব লগা বিশেষ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ আজি কাজিৰঙাত আহি উপস্থিত হয়…
বোকাখাতৰ কোভিড চিকিৎসালয় পৰিদৰ্শন নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ
গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে বুধবাৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত…
মন্থৰ গতিত নিৰ্মাণ হৈ আছে কাজিৰঙাক সুৰক্ষা দিব পৰা মথাউৰি, বুজ ল’লে জল সম্পদ মন্ত্ৰীয়ে
বোকাখাত মহকুমাৰ বংকোৱালৰ পৰা মৰিয়াহোলা হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় জাপৰিপথাৰ লৈকে প্ৰসাৰিত মথাউৰিটোৰ নিৰ্মাণ কাৰ্য আজি পৰিদৰ্শন কৰে জল সম্পদ বিভাগৰ…
কামৰ সময় ৬ ঘণ্টালৈ হ্ৰাস আৰু বাগিচাৰ শ্ৰমিকক ৯৫ মাস্ক প্ৰদানৰ দাবী
বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিছাত শ্ৰমিকক এন ৯৫ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ দিবৰ বাবে শ্ৰমিক সংঘৰ আহ্বান৷ লগতে কোভিড সংক্ৰমণৰ বাবে শ্ৰমিক…
বোকাখাতত ক’ভিড সংক্ৰমণৰ পৰীক্ষা কৰিবলৈ আহি মৃত্যুক আকোঁৱালি ল’লে এজন যুৱকে
বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ক’ভিড সংক্ৰমণৰ পৰীক্ষা কৰিবলৈ আহি আজি এজন যুৱকে চিকিৎসালয়তে মৃত্যুক আকোঁৱালি লয়৷ মৃত যুৱক জন বোকাখাতৰ…
কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত ম’হৰ আক্ৰমণত বনকৰ্মী আহত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বুধবাৰৰ দিনা ম’হৰ আক্ৰমণত এজন বনকৰ্মী আহত হয় ৷ অগৰাতলি বনাঞ্চলৰ ৰজামাৰী বন শিৱিৰ এলেকাত সংঘৰ্টিত হয়…
বোকাখাতৰ লখৌজানত খুটিয়া পহু উদ্ধাৰ: চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু
বোকাখাতৰ সমীপৰ লখৌজানত আজি পুৱা বেলাতে এটা ছাগলী পহুৰ আবিৰ্ভাৱ হয় ৷ মানুহৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে পহুটোয়ে গৈ লখৌজানৰ ননী…
বোকাখাতত জটিল হৈ পৰিছে কোভিডৰ সংক্ৰমণ : এজন স্বাস্থ্য কৰ্মীৰ মৃত্যু
সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো জটিল ৰূপ লৈছে কোভিডৰ ভয়াৱহ সংক্ৰমণে৷ বোকাখাত মহকুমাত কোভিডৰ সংক্ৰমণত আক্ৰান্তৰ সংখ্যা ৫০৬ জনলৈ বৃদ্ধি পাইছে৷ ইফালে কভিডত…
বোকাখাতৰ সাপজুৰিত সংঘটিত অগ্নিকাণ্ডত মেজিক গাড়ীসহ চাৰিখন দোকান ভস্মীভূত
শনিবাৰে নিশা বোকাখাতৰ নাতিদূৰৰ সাপজুৰিত ৰামেশ্বৰ চাহু নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷ ৰামেশ্বৰ চাহুৰ পুত্ৰ সুনীল চাহুয়ে নীতিবৰ্হিভুত ভাৱে মজুত…