NORTHEAST NOW (Assamese)

Author: উত্তম শইকীয়া

অসম

মণিপুৰৰ চোৰাং চিকাৰীৰ দেহত ক’ভিড-১৯; বোকাখাত আৰক্ষীৰ মাজত হাহাকাৰ

অলপতে মণিপুৰৰ চুড়াচান্দপুৰৰ এক বস্তিৰ পৰা বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল কাজিৰঙাৰ গঁড় হত্যাৰ অন্যতম মাষ্টাৰ মাইণ্ড চিনজাচন ভাল্টেক ৷ কৰায়ত্ব কৰা পিছত…

উত্তম শইকীয়া · July 21, 2020 10:04 am
অসম

প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; নাৱত উঠি উদ্যান দৰ্শন

মুখ্য মন্ত্ৰীৰ পিছতে আজি প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷  কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ…

উত্তম শইকীয়া · July 20, 2020 5:10 pm
অসম

ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতত উটি যোৱা তিনি কিশোৰক উদ্ধাৰ কাজিৰঙাৰ বন কৰ্মীৰ

ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতত উটি যোৱা তিনিজন কিশোৰক আজি বিয়লি ব্ৰহ্মপুত্ৰৰ পৰা কোনো মতে উদ্ধাৰ কৰে কাজিৰঙাৰ বনকৰ্মীয়ে৷ বনকৰ্মীয়ে জনোৱা মতে গহপুৰৰ…

উত্তম শইকীয়া · July 19, 2020 10:40 pm
অসম

কুঠৰীত শ্বাসৰুদ্ধকৰ পৰিৱেশত চলি আছে কাজিৰঙাৰ গঁড়ৰ উদ্ধাৰ অভিযান

বানত পৰি আশ্ৰয় বিচাৰি অহা এটা গঁড়ে আজি পুৱতি নিশাতে কুঠৰিৰ দেওচুড় অঞ্চলত ৩৭নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লয়৷ দীৰ্ঘসময় পানীৰ মাজত আবদ্ধ…

উত্তম শইকীয়া · July 18, 2020 11:10 pm
অসম

কাজিৰঙাত বানত উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘক বনাঞ্চলত সফলতাৰে পুনৰ সংস্থাপন

কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ সমীপৰ বাঘমাৰী অঞ্চলৰ প্ৰবীন বৰা নামৰ লোক জনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰি অনা ঢেকীয়াপতীয়া বাঘিনীজনীক আজি পুৱা সফলতাৰে কাজিৰঙা…

উত্তম শইকীয়া · July 17, 2020 11:31 am
অসম

কাজিৰঙাৰ বান পৰিস্থিতি আৰু বন্যপ্ৰাণীৰ সমস্যাৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি বুজ ল’বৰ বাবে বৃহস্পতিবাৰৰ দিনা কাজিৰঙালৈ আহে মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল ৷ কাজিৰঙাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি…

উত্তম শইকীয়া · July 17, 2020 8:14 am
অসম

ডকাইতি, অপহৰণৰ অভিযোগত বোকাখাতত চাৰি আছুনেতাক জেললৈ

বোকাখাত ন্যায়িক দণ্ডাধীশৰ আদালতে ডকাইতি আৰু অপহৰণত জড়িত থকাৰ অভিযোগত আছুৰ চাৰিগৰাকী নেতাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। বোকাখাত আৰক্ষীয়ে সোমবাৰে ছাত্ৰ সন্থাৰ…

উত্তম শইকীয়া · July 14, 2020 9:58 pm
অসম

কাজিৰঙাত মাতৃহাৰা গঁড় পোৱালী, বিৰল উলুম’ৰা চৰাই উদ্ধাৰ

বানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাৰ পাছত আশ্ৰয় বিচাৰি দিহিঙে দিপাঙে গৈছে বন্যপ্ৰাণী৷ সোমবাৰৰ দিনা এটা ঢেকীয়াপতীয়া বাঘে অগৰাতলি…

উত্তম শইকীয়া · July 14, 2020 5:39 pm
Popular Stories

কাজিৰঙাৰ সোণালী বাঘ : ছ’চিয়েল মিডিয়াত প্ৰকাশিত তথ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ উদ্যান কৰ্তৃপক্ষৰ

প্ৰবীণ কাচোৱান নামৰ ভাৰতীয় বন সেৱা বিষয়া এজনে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা কাজিৰঙাৰ সোণালী বাঘৰ ছবিয়ে সম্প্ৰতি যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে। বিষয়াজনে…

উত্তম শইকীয়া · July 14, 2020 3:08 pm
অসম

কাজিৰঙাৰ চাহ বাগিচাত গঁড়ৰ আক্ৰমণত আহত নিউজ চেনেলৰ কেমেৰাপাৰ্ছন

বানপানীৰ মাজতেই গঁড়ৰ আক্ৰমণত কাজিৰঙাত আহত হৈছে প্ৰাগ নিউজৰ কেমেৰাপাৰ্ছন ভাস্কৰ ৰাজখোৱা ৷ বানাক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি সমীপৰ হাতীখুলি…

উত্তম শইকীয়া · July 14, 2020 11:51 am