Author: উত্তম শইকীয়া
বোকাখাতত চাঞ্চল্য; দাৰ ঘাপত আহত এজন, আৰক্ষীৰ শূন্যলৈ গুলী, লাঠীচালনা
বোকাখাত থানাৰ অন্তৰ্গত ৰজাবাৰী গড়োপাৰা নেপালীখুটিত দেওবাৰে বিয়লি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ এজন লোকক একেখন গাঁৱৰে আন এজনে দাৰে ঘপিয়াই আহত…
কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিত পশুধনক প্ৰতিষেধক প্ৰদানৰ অভিযান
ৰাজ্যত ক’ভিড-১৯ ৰ সংক্ৰমণ আৰু চোৱাইন ফিভাৰৰ সংক্ৰমণৰ মাজতে কাজিৰঙাৰ বন্যপ্ৰাণী যাতে কোনো কাৰণতে কোনো ৰোগৰ দ্বাৰা সংক্ৰমিত নহয় তাৰ বাবে সদা…
পাঁচদিন পূৰ্বেই দিল্লীত মৃত্যু হৈছিল কোভিড-১৯ত আক্ৰান্ত বোকাখাতৰ অজিত শইকীয়াৰ; মৰ্গত পৰি আছিল মৃতদেহ
দুই চৰকাৰৰ মাজত যোগাযোগৰ অভাৱত বিগত পাঁচটা দিন দিল্লীৰ চিকিৎসালয়ৰ মৰ্গতে পৰি আছিল কোভিড-১৯ত মৃত্যু হোৱা বোকাখাতৰ অজিত শইকীয়াৰ মৃতদেহ। কালি অৰ্থাৎ…
পত্নীৰ চিকিৎসাৰ বাবে বোকাখাতৰ পৰা দিল্লীলৈ যোৱা ব্যক্তিৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু
পৰিবাৰৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কোভিড-১৯ত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে কালি অৰ্থাৎ শনিবাৰে বিয়লি দিল্লীতে মৃত্যুক আকোৱালি লয়।…
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ ‘এনিমেল কিপাৰ’ প্ৰশান্ত দাসৰ মৃত্যু
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ এনিমেল কিপাৰ প্ৰশান্ত দাসৰ আজি পুৱা নিজা বাসগৃহত ম়ৃত্যু…
গোলাঘাটত চেতনানাশক প্ৰয়োগ কৰি বনৰীয়া মেঠোন কৰায়ত্ত; নামবৰ অভয়াৰণ্যত মুকলি
গোলাঘাটৰ টাৰফাট আহোম গাঁৱত ওলোৱা এটা বনৰীয়া মেঠোনক আজি গোলাঘাটৰ বন বিভাগে চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰে। গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ পৰা যোৱা…
নুমলীগড় শোধনাগাৰত মুখ্য মন্ত্ৰী, ৰাজ্যৰ কৃষি অর্থনীতিৰ উত্থানৰ নেতৃত্ব বহন কৰিবলৈ আহ্বান
অসমৰ কৃষিভিত্তিক অর্থনীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক সক্রিয় ভূমিকা ল’বলৈ তথা স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্য মন্ত্রী সর্বানন্দ…
বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
মঙলবাৰৰ নিশা কাজিৰঙাৰ আৰক্ষীৰ অতিথিশালাত নিশাটো কটায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বোকাখাতৰ ধনশিৰিমুখত নিৰ্মীয়মান মৰিয়োহোলাৰ ডিফলুপথাৰ সংযোগী মথাউৰি পৰিদৰ্শন কৰে। নিৰ্মানস্থলী…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজি এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷ বাগৰি বনাঞ্চলৰ ভলুকাজান বিলৰ পাৰত উদ্ধাৰ হোৱা মৃত বাঘজনী পাৰস্পৰিক…
কৰ্তব্যত গাফিলতি; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকক চাকৰিৰ পৰা নিলম্বন
বিভাগীয় কৰ্তব্যত কৰা অৱহেলা আৰু অনিয়মিত উপস্থিতিৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা০ দেৱমোহন শইকীয়াক। শনিবাৰে…