মুখ্য মন্ত্ৰী সোণোৱালে একো নাজানে, ক্ষমা কৰাৰ বাহিৰে উপায় নাই; কিয় এই মন্তব্য প্ৰবীণ শিল্পী জে পি দাসৰ?

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একো নাজানে বুলি সোণোৱালৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমৰ প্ৰবীণ শিল্পী জে পি দাস। যোৱা ১২...

Read moreDetails

কাৰ্বি আংলঙত অভিজিৎ-নিলোৎপলৰ প্ৰতিমুৰ্তি স্থাপন কৰা হ’ব : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ

ডকমকা কাণ্ডত নিহত হোৱা অভিজিৎ-নিলোৎপলৰ বাসগৃহত পলমকৈ হ’লেও আজি উপস্থিত হ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এটা প্ৰতিনিধি দল। স্বায়ত্ত...

Read moreDetails

ডিমৌত তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ ত্ৰি-বাৰ্ষিক প্ৰতিনিধি সভা

ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ আতিথ্যত আজি ডিমৌৰ বহুমুখী ভৱনত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ ত্ৰি-বাৰ্ষিক প্ৰতিনিধি...

Read moreDetails

বাক্সাত বিবাহিত মহিলাক অপহৰণ কৰি নিয়া যুৱকক জেইললৈ প্ৰেৰণ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ  তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ তথা গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ গান্ধীবাৰী গাঁৱৰ এগৰাকী বিবাহিত মহিলাক অপহৰণ...

Read moreDetails

চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ খতিয়ান দাঙি ধৰি কলিয়াবৰ বিজেপিৰ সংবাদমেল

ৰাজ্যত বিজেপি মিত্ৰজোঁট চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে চৰকাৰে লোৱা উন্নয়নমূলক জনকল্যাণমুখী কামৰ খতিয়ান দাঙি ধৰিবলৈ আজি নগাঁৱৰ চামগুৰিত এক সংবাদমেল...

Read moreDetails

বিজেপি চৰকাৰেই প্ৰসাৰ ঘটাই আছে অন্ধবিশ্বাসৰ : ‘ব্ৰাদাৰ্ছ’ৰ মুখ্য সচিব দিব্যজ্যোতি শইকীয়া

দেশত হিন্দুত্ববাদী দলৰ শাসন চলি থকাৰ পৰতে হিন্দু ধৰ্মীয় উৎসৱ অম্বুবাচী মেলাক অন্ধবিশ্বাস বুলি সমালোচনা কৰিছে ব্ৰাদাৰ্ছ নামৰ সামাজিক সংগঠনটোৱে।...

Read moreDetails

মহানগৰীৰ পল্টনবজাৰ আৰক্ষীয়ে কালি আটক কৰা দুজন দুষ্কৃতিকাৰীক আজি দণ্ডাধীশৰ আগত হাজিৰ

পল্টনবজাৰ আৰক্ষীয়ে কালি, অৰ্থাৎ ২৫ জুনত মহানগৰীৰ এটা শ্বপিং মলত এগৰাকী ছোৱালীক যৌন নিৰ্য্যাতন কৰাৰ অভিযোগত এজন লোকক আটক কৰে।...

Read moreDetails

খাৰুপেটীয়া মহাবিদ্যালয়ত বৰঙনি সংগ্ৰহৰ নামত আমছুৰ মাৰপিট : অনুমতি দিয়াৰ কথা অস্বীকাৰ অধ্যক্ষৰ

খাৰুপেটীয়া মহাবিদ্যালয়ত ২৫ জুনৰ দিনা স্নাতক মহলাত নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয়খনত নিৰ্মীয়মাণ অৱস্থাত থকা চহিদ বেদীৰ...

Read moreDetails

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় ড্রাগছ সেৱন আৰু অবৈধ  সৰবৰাহ বিৰোধী দিৱস পালন পালন

আজি সমগ্ৰ বিশ্বৰ লগতে কোকৰাঝাৰ জিলাতো আন্তঃৰাষ্ট্ৰীয় ড্রাগছ সেৱন আৰু অবৈধ  সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চামগুৰিত ৫টা সংগঠনৰ যৌথ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত নগাঁও জিলাৰ চামগুৰিত আজি পাঁচটাকৈ সংগঠনে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিজেপি চৰকাৰ হায় হায়, প্ৰধান...

Read moreDetails
Page 5313 of 5952 1 5,312 5,313 5,314 5,952

Stay Connected

Recent News