শোণিতপুৰত ভৰ বাৰিষা নৈত জাঁপ দি যুৱকৰ আত্মহনন

শোণিতপুৰৰ লোক্ৰাৰ মানশিৰি নৈত জাঁপ দি আজি এজন যুৱকে আত্মহনন কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে আজি বিয়লি প্ৰায়...

Read moreDetails

গোৱালপাৰাৰ ‘লাডেন’ৰ দৰেই তিনিচুকীয়াৰ পেঙেৰীত সন্ত্ৰাস ‘বান্দীয়া’ৰ; এবছৰত প্ৰাণ ল’লে ১৫জনৰ

অবাধ বন ধ্বংসৰ ফলস্বৰূপে খাদ্যৰ অভাৱত তিনিচুকীয়াৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীয়ে বিগত কিছুদিনৰ...

Read moreDetails

নগাঁৱৰ মৰেল পুলিচিং : মহিলা-পুৰুষক নিৰ্বিচাৰ প্ৰহাৰ কৰা ৮ জনক আটক

নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰত এহাল পুৰুষ-মহিলাৰ মাজত অবৈধ সম্পৰ্ক থকা সন্দেহত শনিবাৰে ওৰে নিশা স্থানীয় একাংশ লোকে অকথ্য নিৰ্যাতন চলোৱা...

Read moreDetails

হিমাই ভংগ কৰিব ৰাষ্ট্ৰীয় অভিলেখ? : কাইলৈৰ পৰা গুৱাহাটীত ইণ্টাৰ-ষ্টেইট ছিনিয়ৰ এথলেটিকছ

কাইলৈ, অৰ্থাৎ ২৬ জুনৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৫৮সংখ্যক নেশ্যনেল ইন্টাৰ-ষ্টেইট ছিনিয়’ৰ এথলেটিকছ চেম্পিয়নশ্বিপ-২০১৮।...

Read moreDetails

লোকালয়ৰ পৰা বহু নিলগত হ’ব গোৱালপাৰাৰ সন্ত্ৰাস ‘লাডেন’ৰ নতুন ঠিকনা

১৭ জন মানুহৰ প্ৰাণ লৈ গোৱালপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰা লাডেন নামৰ মখনা হাতীটোক লোকালয়ৰ বহু দূৰৰ অৰণ্যলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত...

Read moreDetails

মাৰ্ঘেৰিটাত প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি গধুৰ যান-বাহনৰ দৌৰাত্ম্য

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে পুৱাৰ ভাগত মাৰ্ঘেৰিটা নগৰত গধুৰ যান-বাহন প্ৰৱেশৰ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও একাংশ গধুৰ বাহনৰ চালকে...

Read moreDetails

তিনিচুকীয়াত বিধায়ক সঞ্জয় কিষাণৰ উদ্যোগত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান

চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল চোট টিংৰাইত বাৰিষাৰ প্ৰাকমূহূৰ্তত যক্ষ্মা ৰোগৰ প্ৰাদূৰ্ভাৱৰ পৰা হাত সাৰিবৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া...

Read moreDetails

গুৱাহাটীত অনুসূচিত জাতিৰ মৰ্যাদাৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ধৰ্মঘট

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা ক্ষেত্ৰত ৩ঘণ্টা এটা জোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। সংগঠনটোৱে কোঁচ ৰাজবংশীসকলৰ অনুসূচিত...

Read moreDetails

নিৰ্বাচনী প্ৰতিশ্ৰুতি অসাৰ : কৃষ্ণাইৰ বায়দাত নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ ৰাইজৰ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্ত্তী তথা  গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত বায়দাত আজিলৈ বিশেষ উন্নয়ন দৃষ্টিগোচৰ হোৱা নাই ৷ বাট...

Read moreDetails

বিজেপিত যোগদানৰ চেষ্টা চলোৱা বাতৰিক ভিত্তিহীন আখ্যা প্ৰকান্ত ৱাৰিচাৰ

ডিমা হাচাও জিলা বিজেপি সভাপতি নিপ'লাল হোজাইয়ে প্ৰকান্ত ৱাৰিচা আৰু দেৱজিত থাউচেনে বিজেপিত যোগদানৰ বাবে প্ৰচেষ্টা চলোৱা বুলি সংবাদ মাধ্যমযোগে...

Read moreDetails
Page 5318 of 5952 1 5,317 5,318 5,319 5,952

Stay Connected

Recent News