বোকাখাতৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কেবিনেট মন্ত্ৰী অতুল বৰাৰ

কাৰ্বি আংলং পাহাৰৰ পৰা নামি অহা ডিফলু নদীৰ ধলে বুধবাৰে বোকাখাত আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ পাছত আজি পৰিস্থিতি...

Read moreDetails

মাজুলীত ভয়াৱহ আগ্নিকাণ্ড : ছাৰখাৰ হ’ল মেধাৱী ছাত্ৰী চয়নিকা দলেৰ শিক্ষাগত প্ৰমাণপত্ৰ

বৃহস্পতিবাৰে মাজুলীৰ জেংৰাইমুখ কেচাইখোৱা গাঁৱত দিন দুপৰতে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উল্লেখযোগ্য যে কামলাকান্ত দলে নামৰ এজন লোকৰ ঘৰত...

Read moreDetails

ওদালগুৰিত অঃ জাঃ যুঃ ছাঃ পঃৰ বিষ্ণুৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱ মহকুমাৰ ডিমাকুছি আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অহা ২০জুনত ডিমাকুছিত বিষ্ণুৰাভা দিবস উদ্‌যাপন কৰিব।...

Read moreDetails

দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ শিক্ষামন্ত্ৰীৰ

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত ২০১৮ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ...

Read moreDetails

নীলোৎপল-অভিজিতৰ হত্যাৰ উচিত বিচাৰৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল

ৰাজ্যবাসীক শোকাহত কৰি তোলা নীলোৎপল -অভিজিতৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে ৷ বিদেশৰ লগতে অসমৰ সৰ্বত্ৰ নীলোৎপল-অভিজিতৰ বৰ্বৰোচিত হত্যাৰ...

Read moreDetails

ডকমকা হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত কৰাৰ পোষকতা মুখ্য মন্ত্ৰী সোণোৱালৰ

বৰ্বৰ ডকমকা হত্যাকাণ্ডৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পাই, তাৰ বাবে ফাষ্টট্রেক আদালতত বিচাৰ প্রক্রিয়া চলোৱাৰ পোষকতা কৰিছে ৰাজ্যৰ মুখ্য মন্ত্রী...

Read moreDetails

ইন্দিৰা গান্ধীৰ মৃত্যুত হাঁহ মাৰি ভোজ খাইছিল ৰিপুণ বৰাই: কংগ্ৰেছৰ পৰা নিলম্বিত পাৰ্থপ্ৰতিম বৰা

বঙহৰ যুঁজে তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছত। মাথোঁ কেইদিনমান পূৰ্বে শ্ব’কজ নিদিয়াকৈ এনএছয়ুআইৰ প্ৰাক্তন সভাপতি পাৰ্থ প্ৰতিম বৰাক কংগ্ৰেছ দলৰ...

Read moreDetails

বাংগালোৰৰ অসমীয়া সমাজে কাৰ্বি আংলঙত নিহত যুৱক দুজনলৈ জনালে শ্ৰদ্ধাঞ্জলি

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানীজুৰি গাঁৱত অলপতে  সোপাধৰা সন্দেহত নৃশংসভাৱে হত্যা কৰা গুৱাহাটী দুই যুৱকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ...

Read moreDetails

ভূমিস্খলনৰ বাবে লামডিং-শিলচৰৰ মাজত ৰে’ল চলাচল বন্ধ; উত্তপ্ত পৰিস্থিতি

আজি কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত হাফ লং, শিলচৰ, লামডিঙকে ধৰি এক বিস্তীৰ্ণ অঞ্চল পানীৰে বুৰাই পেলাইছে। লগতে বিভিন্ন ঠাইত...

Read moreDetails

অষ্টলক্ষ্মীক পুনৰ উপেক্ষা: উত্তৰ পূব সীমান্ত ৰে’লৱেত বিলুপ্তি ঘটিব ৫৫০ পদৰ

প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ নিৱনুৱাক মাধমাৰ শোধাই উত্তৰ পূব সীমান্ত ৰে’লৱেত চলিত বিত্তীয় বর্ষত মুঠ ৫৫০টা পদৰ...

Read moreDetails
Page 5359 of 5950 1 5,358 5,359 5,360 5,950

Stay Connected

Recent News