মন্ত্ৰী-আমোলা-অভিযন্তা-ঠিকাদাৰৰ মুনাফাৰ অংকত ভয়াৱহভাৱে বাঢ়িছে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা : স্বৰাজ অসম

ৰাজ্যখনত বিদ্যুৎ যোগানৰ দ্বায়িত্বত থকা অসম শক্তি বিতৰণ কোম্পানি লিমিটেডৰ (এ পি ডি চি এল) অকৰ্মণ্যতা-দায়িত্বজ্ঞানহীনতাৰ লগতে মন্ত্ৰী, একাংশ আমোলা-বিষয়া,...

Read moreDetails

কলিয়াবৰৰ আমগুৰি গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতি; অভিযোগ খোদ সভাপতিৰ বিৰুদ্ধে

কলিয়াবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত অব্যাহত আছে ৰাজনৈতিক মাতব্বৰীৰাজ। দুৰ্নীতি-অনিয়মৰে গ্ৰামোন্নয়ন আঁচনিৰ কাম-কাজ চলাই অহা বুলি খোদ পঞ্চায়তৰ...

Read moreDetails

ত্ৰিপুৰাত পোৱা গৈছে প্ৰাকৃতিক গেছ; নিশ্চিত কৰিলে জিলা দণ্ডাধীশ আৰু অ’ এন জি চিয়ে

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তুলাচিকাৰ খণ্ডৰ অধীনৰ লবন চাৰাত আৱিস্কাৰ হৈছে প্ৰাকৃতিক গেছ। গাওঁখনৰ দাঁতিকাষৰীয়া এলেকাত খৰি লুৰিবলৈ যোৱা গঞা এজনে...

Read moreDetails

বিশ্ব নাট্য দিৱসত সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব বহু সমাদৃত নাট ‘বিপ্লৱী বিবেকানন্দ’

বিশ্ব নাট্য দিৱস উপলক্ষে, অহা ২৭ মাৰ্চত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰখ্যাত নাট্যদল সমাহাৰ নাট্য গোষ্ঠীয়ে পৰিবেশন কৰিব বিশিষ্ট নাট্যকাৰ...

Read moreDetails

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী

নুমলীগড়ৰ শোধনাগাৰ নগৰাঞ্চলত দেওবাৰে পুৱা পুনৰ এজনী নাহৰফুটুকী বাঘিনী পিঞ্জৰাবদ্ধ হৈছে । এটা সপ্তাহৰ পূৰ্বে নগৰাঞ্চলৰ একেটা অঞ্চলৰ পৰাই আৰু...

Read moreDetails

নামৰূপ লেখিকা সমাৰোহ সমিতিয়ে পালন কৰিলে ইয়াৰ প্ৰতিষ্ঠা দিৱস

নামৰূপৰ লেখিকা সমাৰোহ সমিতিয়ে শনিবাৰে নামৰূপ সাহিত্য সভা প্ৰেক্ষাগৃহত ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰে। নামৰূপৰ একাংশ শিল্পীয়ে পৰিৱেশন কৰা অসম...

Read moreDetails

হাৰিয়ানাত অসমৰ যুৱতী উদ্ধাৰ, এজনক আটক

ধুবুৰী আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাই যোৱা শুক্ৰবাৰে হাৰিয়ানাৰ থৌগাঁৱৰ পৰা অসমৰ এগৰাকী ২২ বছৰীয়া যুৱতী উদ্ধাৰ কৰিবলৈ সক্ষম...

Read moreDetails

সন্তোষ ট্ৰফীত পঞ্জাৱক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে মিজেৰামে

৭২ তম সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ এখন খেলত শনিবাৰে মিজোৰামে পঞ্জাৱক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত স্থান নিশ্চিত...

Read moreDetails

ধৰ্ষণকাৰীৰ বিৰুদ্ধে বজালী মহাবিদ্যালয় চৌহদত এবিভিপিৰ প্ৰতিবাদ : কঠোৰ আইন প্ৰণয়নৰ দাবী

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ লগতে বজালী মহাবিদ্যালয় গোটৰ কৰ্মীসকলে বৰপেটা জিলাৰ পাঠশালাৰ বজালী মহাবিদ্যালয় চৌহদত শনিবাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে...

Read moreDetails

নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : স্থানীয় ৰাইজে লণ্ডভণ্ড কৰিলে অভিযুক্তৰ ঘৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁৱ জিলাৰ এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। সূত্ৰসমূহে জনোৱা মতে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ঘটনাটোৰ ক্ষিপ্ৰ...

Read moreDetails
Page 5638 of 5943 1 5,637 5,638 5,639 5,943

Stay Connected

Recent News