আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতে আজি ৰাজ্যবাসীৰ বাবে এটি সুখবৰ। অসমৰ বিশিষ্ট পৰিবেশ কৰ্মী পুৰ্ণিমা দেৱী বৰ্মনক নাৰী শক্তি পুৰস্কাৰ ২০১৭ৰ...
Read moreDetails৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্টত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছ প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় বক্সিং দলক নেতৃত্ব দিব মহিলা...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক সুখবৰ। নৰেন্দ্ৰ মোডী কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী তথা পেন্সনাৰ সকলৰ মৰগীয়া বানচ ২ শতাংশ...
Read moreDetailsআৰ জি বৰুৱা সোঁৱৰণী ২৯ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতা অহা ৩ এপ্ৰিলত গুৱাহাটীৰ আই টি এ মাছখোৱা...
Read moreDetailsঅসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ দাবী...
Read moreDetails‘অসমত অবৈধ বাংলাদেশী নাগৰিকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। কোনো অবৈধ বাংলাদেশী নাগৰিকৰ নাম যাতে...
Read moreDetailsচাৰি দিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি মোঃ আব্দুল হামিদ আজি গুৱাহাটীত আহি উপস্থিত হ'ব। ৰাষ্ট্ৰতপৰি গৰাকী...
Read moreDetailsঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ গণিত আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত গোৱালপাৰাত...
Read moreDetailsথাইলেণ্ডৰ বেংককত হৈ থকা এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰি প্ৰতিযোগিতাৰ ৰিকাৰ্ভ শাখাত সোণৰ পদক জয় কৰিছে অসমৰ ওদালগুৰিৰ আৰ্চাৰ প্ৰমিলা...
Read moreDetailsবিটিএডিৰ বিভিন্ন অংশত বিটিএডিত বাস কৰা অ-জনজাতি লোকসকলৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত আয়োজন কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd