আজি আবেলি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বিশিষ্ট অভিনেতা বিজু ফুকনৰ

অসমীয়া চলচিত্ৰ জগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক, বিশিষ্ট অভিনেতা বিজু ফুকনৰ শেষকৃত্য আজি আবেলি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব।...

Read moreDetails

ধুবুৰীত চি আৰ পি এফৰ জোৱানৰ আত্মহত্যা

কালিৰ এটা ঘটনাত মানকাচৰত থকা শিবিৰত চি আৰ পি এফৰ এজন জোৱানে তেওঁৰ সহকৰ্মীৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে। চি...

Read moreDetails

শিক্ষাবিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে জালুকবাৰীত এ ই চিৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণা-পথ অৱৰোধ

আজি জালুকবাৰীত সদৌ অসম চৰকাৰী ইঞ্জিনায়াৰিং মহাবিদ্যালয়ৰ ছাত্ৰ গোটে শিক্ষা বিভাগৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ইঞ্জিনায়াৰিং মহাবিদ্যালয়বোৰ...

Read moreDetails

অসমৰ অংকুশিতা বিশ্ব মহিলা যুৱ বক্সিঙৰ ছেমিত

গুৱাহাটীত চলি থকা বিশ্ব মহিলাৰ যুৱ বক্সিঙত অসমৰ অংকুশিতা বড়োৱে আন এক কৃতিত্ব কঢ়িয়াই আনিছে সমগ্ৰ দেশবাসী তথা ৰাজ্যবাসীলৈ। আজি...

Read moreDetails

যশস্বী অভিনেতা বিজু ফুকনৰ মৃত্যু

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অসমৰ যশস্বী অভিনেতা বিজু ফুকনৰ আজি সন্ধিয়া এপ'ল' হস্পিটেলত মৃত্যু হয়। ড০ বেজবৰুৱা নামৰ অসমীয়া চিনেমাখনৰ...

Read moreDetails

সোণাৰ বৰণ পাখি দৰ্শকৰ বাবে মুক্তি দিব অহা ২৪ নৱেম্বৰত

গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী তথা পদ্মশ্ৰী  প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন ভিত্তিক বোলছবি ‘সোণাৰ বৰণ পাখি’ অহা ২৪ নৱেম্বৰত একেলগে অসমৰ...

Read moreDetails

আই অ’ আৰু এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা সম্পৰ্কীয়  শুনানি পিছুৱালে

আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ দ্বাৰা গঠিত বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত গাওঁ পঞ্চায়তে...

Read moreDetails

মনজিৎ মহন্তৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে আৰ এছ এছে

আৰ্শ্বাদ মাদানী বিতৰ্কৰ এতিয়াও ওৰ পৰা নাই। এইবাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গুৱাহাটী শাখাই সাংবাদিক তথা সমাজকৰ্মী মনজিৎ মহন্তৰ বিৰুদ্ধে...

Read moreDetails

অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক...

Read moreDetails

মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন

এটা লজ্জাজনক ঘটনাৰ প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে বিমানসেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কৰ্মৰত তেওঁলোকৰ দুজন কৰ্মচাৰীক...

Read moreDetails
Page 5937 of 5943 1 5,936 5,937 5,938 5,943

Stay Connected

Recent News